spot_img
26 C
Guwahati
Thursday, September 16, 2021
spot_img
Homeআঞ্চলিকনাৰী সৰবৰাহকাৰীৰ জালত অসমৰ জীয়ৰী, ৰাজস্থানত উদ্ধাৰ

নাৰী সৰবৰাহকাৰীৰ জালত অসমৰ জীয়ৰী, ৰাজস্থানত উদ্ধাৰ

নলবাৰীঃ ৰাজ্যত অব্যাহত আছে নাৰী সৰবৰাহকাৰী চক্ৰৰ কু-কৰ্ম৷ ৰাজস্থানৰ পৰা উদ্ধাৰ নলবাৰী জিলাৰ যুৱতী৷ ৪ লাখ টকাত দুৰ্বৃত্তই ৰাজস্থানত বিক্ৰী কৰিছিল যুৱতীগৰাকীক৷ এতিয়াও বহু যুৱতী বন্দী হৈ আছে ৰাজস্থানৰ বিভিন্ন অঞ্চলত৷ যুৱতীগৰাকীয়ে বেংকলৈ টকা উলিয়াবলৈ যাওঁতেই প্ৰবঞ্চকে লৈ গৈছিল৷ ৪ মাহ পূৰ্বে যুৱতীগৰাকীক প্ৰবঞ্চকে লৈ গৈছিল ৰাজস্থানলৈ৷ বিমানযোগে যুৱতীগৰাকীক প্ৰবঞ্চকে লৈ গৈছিল ৰাজস্থানলৈ৷ ৰাজস্থান আৰক্ষীৰ সহযোগত পৰিয়ালে উদ্ধাৰ কৰে যুৱতীগৰাকীক৷ স্থানীয় দেউলাশাল আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ মুকালমুৱাৰ কাপলাবৰীস্থিত নিজৰ ঘৰত উপস্থিত হৈছে যুৱতীগৰাকী।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
light rain
26 ° C
26 °
26 °
89 %
0kmh
90 %
Thu
26 °
Fri
28 °
Sat
29 °
Sun
31 °
Mon
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular