Google search engine
28 C
Guwahati
Wednesday, July 28, 2021
Google search engine
Homeব্ৰেকিং নিউজচনু আখ্যান! অনুষ্কা শৰ্মাৰ দেহৰক্ষীৰ মাহিলি দৰমহা কিমান জানেনে?

চনু আখ্যান! অনুষ্কা শৰ্মাৰ দেহৰক্ষীৰ মাহিলি দৰমহা কিমান জানেনে?

মুম্বাইঃ বলীউড অভিনেত্ৰী অনুষ্কা শৰ্মাৰ দেহৰক্ষীৰ মাহিলি দৰমহাৰ বিষয়টো সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। দেহৰক্ষীগৰাকীৰ দৰমহাৰ খতিয়ান ৰাজহুৱা হোৱাৰ পাছত চকু কপালত উঠিছে বহুতৰে। অনুষ্কাৰ নিৰাপত্তাৰ দায়িত্ব পালনৰ বাবে পৰিয়ালৰ পৰা নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখিবলৈ বাধ্য এইগৰাকী দেহৰক্ষীৰ মাহিলি দৰমহাই সকলোকে বিস্মিত কৰি তুলিছে। অনুষ্কাৰ দেহৰক্ষীগৰাকীৰ নাম প্ৰকাশ সিংহ চনু।

সুদীৰ্ঘ নটা বছৰে অনুষ্কাৰ ছাঁটো হৈ আছে চনু। দেশ-বিদেশৰ যিকোনো প্ৰান্তলৈ গলেই অনুষ্কাৰ সংগী হয় চনু। নিষ্ঠা আৰু সততাৰ বাবে অনুষ্কাৰ পৰিয়ালৰ এগৰাকী নিৰ্ভৰযোগ্য সদস্য হৈ পৰিছে চনু। কেৱল, অনুষ্কাকে নহয় বিবাহপাশত আবদ্ধ হোৱাৰ পাছত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কৰ নিৰাপত্তাৰ দায়িত্বও বহন কৰি আহিছে চনু-এ। দেহৰক্ষীগৰাকীৰ কৰ্তব্যনিষ্ঠাত বিমুগ্ধ অনুষ্কাই প্ৰতিবছৰে তেওঁ জন্মদিনো পালন কৰে। উল্লেখ্য যে, অনুশকাৰ নিৰ্ভৰযোগ্য এইগৰাকী দেহৰক্ষী প্ৰকাশ সিংহ চনুৰ মাহিলি দৰমহা ১০লাখ টকা। অৰ্থাত বছৰি তেওঁৰ উপাৰ্জন ১ কোটি ২০লাখ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Wed
34 °
Thu
33 °
Fri
31 °
Sat
31 °
Sun
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular