Google search engine
28 C
Guwahati
Sunday, August 1, 2021
Google search engine
Homeআঞ্চলিক‘অসম লোকসেৱা আয়োগ’ৰ নতুন অধ্যক্ষ হিচাপে শপত ল'লে ৰাজীৱ কুমাৰ বৰাই...

‘অসম লোকসেৱা আয়োগ’ৰ নতুন অধ্যক্ষ হিচাপে শপত ল’লে ৰাজীৱ কুমাৰ বৰাই…

গুৱাহাটী : ‘অসম লোকসেৱা আয়োগ’ৰ নতুন অধ্যক্ষ হিচাপে আজি শপত ল’লে ৰাজীৱ কুমাৰ বৰাই৷ ৰাজ্যপাল জগদীশ মুখীৰ উপস্থিতিত অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া ৰাজীৱ কুমাৰ বৰাই শপতবাক্য পাঠ কৰিলে ৰাজভৱনত৷

আৰু পঢ়িব পাৰিব : কৃষকৰ আন্দোলনত হিংসা বিয়পোৱা অভিনেতাক গ্ৰেপ্তাৰ

আজি অন্ত পৰিল পূৰ্বৰ অধ্যক্ষ অজন্তা নাথৰ কাৰ্যকাল৷ লোকসেৱা আয়োগক নতুন ৰূপত গঢ়াৰ সংকল্প নৱ-নিযুক্ত অধ্যক্ষগৰাকীৰ৷ পৰীক্ষাকেন্দ্ৰিক বেমেজালি দূৰ কৰাটো প্ৰথম কাম হ’ব বুলি মন্তব্য কৰে অধ্যক্ষগৰাকীয়ে৷

আৰু পঢ়িব পাৰিব : ক’ৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল অত্যাধুনিক অস্ত্ৰ ?

ইয়াৰ উপৰি এপিএছচিৰ সংস্কাৰত গুৰুত্ব প্ৰদান কৰিব বুলি জনায় নৱ-নিযুক্ত অধ্যক্ষ ৰাজীৱ বৰাই৷ অন্য ৰাজ্যৰ লোকসেৱা আয়োগ তথা ইউপিএছচিৰ আৰ্হিত সংস্কাৰ সাধনৰ লক্ষ্যৰে আগবাঢ়িব বুলি জনায় বৰাই৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Sun
28 °
Mon
30 °
Tue
29 °
Wed
31 °
Thu
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular