Google search engine
25.1 C
Guwahati
Tuesday, August 3, 2021
Google search engine
Homeআঞ্চলিকবিটিএডিত এবছৰত ব্যাপক হাৰত অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

বিটিএডিত এবছৰত ব্যাপক হাৰত অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

কোকৰাঝাৰ : এটা বছৰতে বিটিএডিত উদ্ধাৰ শ শ বোমা-বাৰুদ অস্ত্ৰ-শস্ত্ৰ৷ বিগত বৰ্ষটোত অঞ্চলটোত উদ্ধাৰ হয় ২১৭টাকৈ অত্যাধুনিক মাৰণাস্ত্ৰ৷ লগতে উদ্ধাৰ ২৫২টা মেগজিন আৰু ৬৪৫৭ জাঁই সজীৱ গুলী৷

আৰু পঢ়িব পাৰিব : ভুৱা খবৰ প্ৰচাৰ! বিপদত প্ৰখ্যাত সাংবাদিক ৰাজদ্বীপ সৰদেশাই

তদুপৰি গ্ৰেনেড উদ্ধাৰ হৈছে ৩২৯, বটল বোমা ৩, মৰ্টাৰ বোমা ১ আৰু এম ৭৯ গ্ৰেনেড ২টা৷ লগতে ২০ কেজি বিস্ফোৰকৰ লগতে কেইবাশতাধিক ডিটেনেট’ৰ উদ্ধাৰ হয় এটা বছৰৰ ভিতৰতে৷

আৰু পঢ়িব পাৰিব : কেটৰীনাৰ বাহুবন্ধনত বিকি কৌশল! ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা

সমান্তৰালভাৱে উদ্ধাৰ হৈছে ৩টা ৱাকি-টকী আৰু এটা ছেটেলাইট ফোনো৷ উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে HK ছিৰিজ ৰাইফল ৪টা৷ AK ছিৰিজ ৰাইফল ৪৬টা, M ছিৰিজ ৰাইফল ৬ টা, SLR ৰাইফল ২টা, ইনছাছ ৰাইফল ৪টা, ৰকেট লাঞ্চাৰ ১টা আৰু গ্ৰেনেড লাঞ্চাৰ ১টা৷

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
25.1 ° C
25.1 °
25.1 °
97 %
1.4kmh
100 %
Tue
31 °
Wed
33 °
Thu
33 °
Fri
33 °
Sat
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular