Google search engine
27 C
Guwahati
Thursday, July 29, 2021
Google search engine
Homeআঞ্চলিকক'ৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল অত্যাধুনিক অস্ত্ৰ ?

ক’ৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল অত্যাধুনিক অস্ত্ৰ ?

কোকৰাঝাৰ : কোকৰাঝাৰ : মাৰণাস্ত্ৰৰ ঘাটি হিচাপে ক্ৰমাৎ পৰিণত হৈছে কোকৰাঝাৰ৷ কোকৰাঝাৰ জিলাৰ চেৰফাংগুৰি থানাৰ অন্তৰ্গত বেলগুৰি বনাঞ্চলত কোকৰাঝাৰ আৰক্ষীয়ে পুনৰ উদ্ধাৰ কৰিছে অত্যাধুনিক অস্ত্ৰ ।

আৰু পঢ়িব পাৰিব : ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত ৩জন, চিনাক্ত হোৱা নাই মৃতদেহ…

আৰক্ষীয়ে জনোৱা মতে লুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ এটা একে ৫৬ ৰাইফল, এটা একে ৫৬ মেগজীন, এটা ৭.৬৫ এম এম পিষ্টল, এটা ৭.৬৫ এম এম মেগজীন আৰু ২৯টা একে ৫৬ ৰাইফলৰ সজীৱ গুলী। অস্ত্ৰ লুকুৱাই ৰখাৰ গোপন সূত্ৰ লাভ কৰি আৰক্ষীয়ে চলাইছিল অভিযান।

আৰু পঢ়িব পাৰিব : আলোচনাৰ বাবে চৰকাৰ সাজু, কৃষকক আন্দোলন প্ৰত্যাহাৰৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

চেৰফাংগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ছৌমদৌন হাজৌৱাৰীৰ সহযোগত কোকৰাঝাৰ আৰক্ষীৰ অতিৰিক্ত অধীক্ষক মুকুট ৰাভা আৰু উপ-আৰক্ষী অধীক্ষক পুনমজীৎ নাথৰ নেতৃত্বত সোমবাৰে নিশা চলোৱা হৈছিল এই অভিযান।

RELATED ARTICLES

Today's Weather

Guwahati
heavy intensity rain
27 ° C
27 °
27 °
83 %
2.1kmh
75 %
Thu
27 °
Fri
29 °
Sat
28 °
Sun
30 °
Mon
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular