Google search engine
29 C
Guwahati
Sunday, July 25, 2021
Google search engine
Homeব্ৰেকিং নিউজনিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিলৈ আন এজন তাৰকা

নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিলৈ আন এজন তাৰকা

নতুন দিল্লী : দেশৰ চাৰিখন ৰাজ্যত হ’ব লগা বিধানসভা নিৰ্বাচনৰ পূৰ্বে বৃহস্পতিবাৰে জনপ্রিয় টিভি ধাৰাবাহিক ‘ৰামায়ণ’ৰ তাৰকা অৰুণ গোৱিলে বিজেপিত যোগদান কৰিছে৷ বিজেপি দলৰ ফালৰ পৰা জানিবলৈ দিয়া মতে, অভিনেতাগৰাকীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে৷

আৰু পঢ়িব পাৰিব : নিৰ্বাচনী প্ৰচাৰৰ বাবে পুনৰ অসমলৈ ৰাহুল-প্ৰিয়ংকা গান্ধী

তেওঁ কেৱল দলৰ হৈ নিৰ্বাচনী প্ৰচাৰহে কৰিব৷ পশ্চিমবংগৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত বিজেপিৰ হৈ প্ৰচাৰ চলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷

আৰু পঢ়িব পাৰিব : আজি মনোনয়ন দিব হিমন্ত বিশ্ব শৰ্মাই : লগত থাকিব উত্তৰ-পূবৰ ৬জনকৈ মুখ্যমন্ত্ৰী !

১৯৮৭–৮৮ত বাল্মিকীৰ ৰামায়ণ আৰু তুলসী দাসৰ ‘ৰামচৰিত মানস’ৰ আধাৰত নির্মাণ কৰা এই ধাৰাবাহিকখনত ৰামৰ চৰিত্রত অভিনয় কৰিছিল গোৱিলে৷ গোৱিলে ৰামায়ণ ধাৰাবাহিকৰ উপৰি কেইবাখনো হিন্দী ছবিত অভিনয়ো কৰিছিল৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
29 ° C
29 °
29 °
79 %
0kmh
75 %
Sun
28 °
Mon
31 °
Tue
29 °
Wed
34 °
Thu
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular