Google search engine
28 C
Guwahati
Sunday, August 1, 2021
Google search engine
Homeব্ৰেকিং নিউজভয়ংকৰ ট্ৰাক দুৰ্ঘটনা : আঘাতপ্ৰাপ্ত প্ৰায় ৩০-৪০ জন লোক...

ভয়ংকৰ ট্ৰাক দুৰ্ঘটনা : আঘাতপ্ৰাপ্ত প্ৰায় ৩০-৪০ জন লোক…

ইটানগৰ : অৰুণাচল প্ৰদেশৰ হোলেঙীত সংঘটিত হয় ভয়ংকৰ ট্ৰাক দুৰ্ঘটনা। জানিব পৰা মতে ৭০ জন শ্ৰমিকৰ সৈতে অৰুণাচল প্ৰদেশৰ দিশে গৈ আছিল ট্ৰাকখন। ইতিমধ্যে ৩০-৪০ জন লোক আঘাতপ্ৰাপ্ত হোৱা খবৰ আহি পৰিছে।

আৰু পঢ়িব পাৰিব : মহানগৰীত মুকলি অত্যাধুনিক দুখনকৈ ফুট ব্ৰীজ…

আঘাতপ্ৰাপ্ত কিছুলোকক গহপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত একাংশ লোকক উন্নত চিকিৎসাৰ বাবে বৰগাং কেথলিক মিছনলৈ প্ৰেৰণ কৰা হৈছে।

আৰু পঢ়িব পাৰিব : প্ৰথমবাৰৰ বাবে সংসদত দাখিল হ’ব ছপাবিহীন বাজেট…

উল্লেখ্য যে নিয়ন্ত্ৰণ হেৰুৱাই অৰুণাচলৰ একা-বেকা বাটত বাগৰি পৰে ট্ৰাকখন। দুৰ্ঘটনাত পতিত হোৱা শ্ৰমিকসকল জম্মু কাশ্মীৰৰপৰা কাম কৰিবলৈ আহিছিল অৰুণাচলৰ হোলেংগীত।

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Sun
28 °
Mon
31 °
Tue
31 °
Wed
30 °
Thu
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular