spot_img
26 C
Guwahati
Thursday, September 16, 2021
spot_img
Homeআঞ্চলিকবাজেট অধিৱেশনৰ আজি অন্তিম দিনত গৃহিত হ’ল কেইবাখনো বিধেয়ক

বাজেট অধিৱেশনৰ আজি অন্তিম দিনত গৃহিত হ’ল কেইবাখনো বিধেয়ক

গুৱাহাটী: অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি অন্তিম দিনত গৃহিত হ’ল কেইবাখনো বিধেয়ক৷ ইয়াৰ ভিতৰত দ্য আছাম এম্প্লয়ী পেৰেণ্ট ৰেছপনছিবিলিটী বিধেয়ক, দ্য ৰেজিষ্ট্রেচন ‍বিধেয়ক-২০২১ গৃহীত, দ্য আছাম প্ৰফেচন ট্ৰেড কলিং-২০২১ গৃহীত হয়৷

ইয়াৰ উপৰি দ্য আছাম টেনেন্সী বিল-২০২১, দ্য অডম মিউনিচিপাল বিধেয়ক-২০২১, দ্য মাজুলী ইউনিভাৰচিটী অব্ কাউন্সিল বিল গৃহীত হয়৷

আজি বিধানসভাত গো-সুৰক্ষা বিধেয়কক লৈয়ো তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে৷ বিধানসভাত বিৰোধীয়ে আনিলে ৭৫টা সংশোধনী প্ৰস্তাৱো৷ গো-সুৰক্ষা বিধেয়কৰ বিৰুদ্ধে বিধায়ক অখিল গগৈয়ে অকলেই বিৰোধিতা কৰিম বুলি মন্তব্য প্ৰদান কৰে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
26 ° C
26 °
26 °
89 %
0kmh
90 %
Thu
26 °
Fri
28 °
Sat
29 °
Sun
31 °
Mon
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular