spot_img
27 C
Guwahati
27 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeৰাজনৈতিকপুনৰ দিল্লীলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, লগত কোন কোন?

পুনৰ দিল্লীলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, লগত কোন কোন?

ডিজিটেল ডেস্কঃ পুনৰ দিল্লীলৈ উৰা মাৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। তেওঁক সংগ দিছে কৃষিমন্ত্ৰী অতুল বৰাৰ লগতে কেইবাগৰাকীও শীৰ্ষ আমোলা-বিষয়াই।

দুয়োগৰাকী মন্ত্ৰীৰ সৈতে দিল্লীত উপস্থিত হৈছে অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, মুখ্যমন্ত্ৰীৰ মুখ্য সচিব সমীৰ সিনহা, বিত্ত সচিব মনীষ ঠাকুৰৰ লগতে আৰক্ষীৰ শীৰ্ষ বিষয়া ইমদাদুল হুছেইন বৰা।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular