Google search engine
35 C
Guwahati
Thursday, August 5, 2021
Google search engine
Homeআঞ্চলিকমুখ্যমন্ত্ৰীকেন্দ্ৰিক ৰাজনীতিৰ নতুন মোৰ: দিল্লীলৈ তলব সৰ্বানন্দ-হিমন্ত

মুখ্যমন্ত্ৰীকেন্দ্ৰিক ৰাজনীতিৰ নতুন মোৰ: দিল্লীলৈ তলব সৰ্বানন্দ-হিমন্ত

গুৱাহাটী : মুখ্যমন্ত্ৰীকেন্দ্ৰিক ৰাজনীতিৰ নতুন মোৰ৷ দিল্লীলৈ তলব সৰ্বানন্দ সোণোৱাল আৰু ডঃ হিমন্ত বিশ্ব শৰ্মা৷ জে পি নাড্ডাৰ বাসগৃহত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়ে তেওঁলোকক৷ শনিবাৰে পুৱা ১০.৩০ বজাত মিলিত হ’‍ব বৈঠকত৷ পুৱাই ছাৰ্টাৰ্ড বিমানযোগে দিল্লীলৈ ৰাওণা হৈছে সোণোৱাল-হিমন্ত৷ পুৱাই বৰঝাৰত উপস্থিত হয় দুয়োজন নেতা৷

আৰু পঢ়িব পাৰিব :  ক’ভিডত মৃত্যু হোৱা হিন্দু ব্যক্তিৰ অন্ত্যেষ্টিক্ৰিয়া কৰাত সহায় মুছলমান যুৱকৰ

সোণোৱালৰ সৈতে বৰঝাৰলৈ টিংখাঙৰ বিধায়ক বিমল বৰা আৰু হিমন্ত বিশ্বৰ সৈতে বৰঝাৰলৈ নাহৰকটীয়াৰ তৰংগ গগৈও গৈছিল৷ পুৱা ৭:১৩ বজাত বিমানবন্দৰ উপস্থিত হয় হিমন্ত আনহাতে ৭:৩০ মিনিটত বৰঝাৰত উপস্থিত হয় সৰ্বানন্দ সোণোৱাল৷ তাৰপাছতেই দিল্লীলৈ ৰাওনা হয় সোণোৱাল-হিমন্ত৷

আৰু পঢ়িব পাৰিব :  ক’ভিডৰ বিৰুদ্ধে যুঁজিবলৈ সাজু বৰপেটা চিকিৎসা মহাবিদ্যালয়

একেখন ছাৰ্টাৰ্ড বিমানত ৰাওনা হয় তেওঁলোক দুয়ো৷ ৮ বজাত বৰঝাৰৰ পৰা উৰা মাৰিলে ছাৰ্টাৰ্ড বিমানখনে৷ আজ‌ি দুয়োজন নেতা কেন্দ্ৰীয় নেতৃত্বৰে মিলিত হ’‍ব বৈঠকত ৷

RELATED ARTICLES

Today's Weather

Guwahati
haze
35 ° C
36.4 °
35 °
59 %
0kmh
75 %
Thu
35 °
Fri
33 °
Sat
32 °
Sun
32 °
Mon
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular