Google search engine
28 C
Guwahati
Friday, July 30, 2021
Google search engine
Homeআঞ্চলিককালান্তক কৰ'না : ৰাজ্যত আক্ৰান্ত হৈছে ১,৯৩১ জনকৈ লোক

কালান্তক কৰ’না : ৰাজ্যত আক্ৰান্ত হৈছে ১,৯৩১ জনকৈ লোক

গুৱাহাটী : ৰাজ্যত বিপজ্জনক ৰূপত কৰ’নাৰ সংক্ৰমণ৷ বৃহস্পতিবাৰৰ দিনটোত আক্ৰান্ত হৈছে ১,৯৩১ জনকৈ লোক৷ বিগত ২৪ ঘণ্টাত সম্পন্ন কৰা হৈছিল ৭৩,৪২৮ টা ক’ভিড পৰীক্ষা৷ কালিৰ দিনটোত আক্ৰান্তৰ হাৰ ২.৬৩ শতাংশ৷ ইয়াৰ ভিতৰত গুৱাহাটী মহানগৰীতে আক্ৰান্ত হয় ৬৮০ জনকৈ লোক৷

আৰু পঢ়িব পাৰিব: ডিগবৈত ৰাষ্ট্ৰীয় বিদ্যালয়ৰ পাঁচ শিক্ষকৰ দেহত ক’ভিড-১৯ : আতংকিত ছাত্র-ছাত্ৰী

কালিৰ দিনটোত ৰাজ্যত মৃত্যু হয় ১০ জন কৰ’না আক্ৰান্তৰ৷ ডিব্ৰুগড়ত আক্ৰান্ত হয় ১৪৩জন, কামৰূপ(গ্ৰাম্য)ত ১৩৬ জন আক্ৰান্ত, নগাঁও জিলাত আক্ৰান্ত হয় ১০৩ জন লোক৷

আৰু পঢ়িব পাৰিব: দিল্লীৰ ‘দুই গুণ্ডা’ৰ বিৰুদ্ধে মমতাৰ ৰণহুংকাৰ

আনহাতে গুৱাহাটীত ৩ জন, কাৰ্বি আংলঙত ২ জনৰ মৃত্যু হয়৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Fri
28 °
Sat
27 °
Sun
30 °
Mon
32 °
Tue
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular