• ৰাজ্যত অব্যাহত ক’ভিডৰ সংক্ৰমণ; চৌবিশ ঘণ্টাত আক্ৰান্ত হ’ল সাত শতাধিক লোক

    স্বাস্থ্য
    ৰাজ্যত অব্যাহত ক’ভিডৰ সংক্ৰমণ; চৌবিশ ঘণ্টাত আক্ৰান্ত হ’ল সাত শতাধিক লোক
    ডিজিটেল ডেস্ক: ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্ৰমণ৷ কালিৰ দিনটোত নতুনকৈ ৫জনলৈ বৃদ্ধি ক’ভিডত আক্ৰান্তৰ সংখ্যা। চৌবিশ ঘণ্টাত অসমত আক্ৰান্ত হৈছে ৭০৭গৰাকী লোক৷

    কামৰূপ (মেট্ৰ’) জিলাত ৬৯গৰাকী, ডিব্ৰুগড়ত ৬৭গৰাকী, যোৰহাটত ৯৩গৰাকী লোক আক্ৰান্ত হৈছে৷ চৌবিশ ঘণ্টাত মৃত্যু হৈছে দুগৰাকী লোকৰ৷ এতিয়ালৈকে কভিডৰ মৃত্যু হোৱাৰ সংখ্যা ৩গৰাকী। কালিৰ দিনটোত ক’ভিডৰ পজিটিভিটীৰ হাৰ  ১১.৫৫ শতাংশ।

    ক’ভিদৰ সমান্তৰালভাৱে  জাপানীজ এনকেফেলাইটিজেও ৰাজ্যত গ্ৰহণ কৰিছে ভয়াৱহ ৰূপ৷ বৰ্তমানেও ৩২জন লোক জাপানীজ এনকেফ্লাইটিজত আক্ৰান্ত হৈ আছে। ১০ জন বৰ্তমানেও ICUত আছে।
    জাপানীজ এনকেফেলাইটিজত ৪জনৰ মৃত্যু হৈছে৷