Google search engine
27 C
Guwahati
Thursday, July 29, 2021
Google search engine
Homeআঞ্চলিককাইলৈ ৪০ সমষ্টিৰ ৩৩৭ প্ৰাৰ্থীৰ ভাগ্য পৰীক্ষা

কাইলৈ ৪০ সমষ্টিৰ ৩৩৭ প্ৰাৰ্থীৰ ভাগ্য পৰীক্ষা

গুৱাহাটী : অসম বিধানসভা নিৰ্বাচনৰ দুটা পৰ্যায়ৰ ভোটগ্ৰহণ হৈ যোৱাৰ পাছত কাইলৈ ৰাজ্যত তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। তৃতীয় পৰ্যায়ত ৪০টা সমষ্টিৰ ৩৩৭গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব।

আৰু পঢ়িব পাৰিব : অসমপ্ৰেমী হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান

ইতিমধ্যে ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে বিষয়া, কৰ্মচাৰী, নিৰাপত্তাৰক্ষী। শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে।

আৰু পঢ়িব পাৰিব : ম্যানমাৰ সীমান্তৰ লংহোৱাত মুকলি ৰাম কুমাৰক

ক’ভিড-১৯ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো ভোটকেন্দ্ৰতে স্বাস্থ্য বিভাগে বান্ধি দিয়া নিয়মসমূহ পালন কৰিব লাগিব ভোটাৰসকলে। ছেনিটাইজাৰ আৰু মাস্ক বাধ্যতামূলক কৰা হৈছে।

RELATED ARTICLES

Today's Weather

Guwahati
heavy intensity rain
27 ° C
27 °
27 °
83 %
2.1kmh
75 %
Thu
27 °
Fri
29 °
Sat
28 °
Sun
30 °
Mon
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular