spot_img
28 C
Guwahati
Friday, September 17, 2021
spot_img
Homeআঞ্চলিকঅসম টেবুল টেনিছ সন্থাৰ সভাপতিৰ পদত মন্ত্ৰী পীযুষ হাজৰিকা

অসম টেবুল টেনিছ সন্থাৰ সভাপতিৰ পদত মন্ত্ৰী পীযুষ হাজৰিকা

গুৱাহাটী : অসম টেবুল টেনিছ সন্থাৰ নতুন কমিটী গঠন৷ নতুন সভাপতি পদত মন্ত্ৰী পীযুষ হাজৰিকা৷ জুম মিটিঙৰ জৰিয়তে সভাপতি হিচাপে নিৰ্বাচিত হয় পীয়ুষ৷ উল্লেখ্য যে, প্ৰাক্তন সভাপতি মৃগাংকা বৰ্মনে অসম টেবুল টেনিছ সংস্থাৰ সভাপতিপদৰ পৰা পদত্যাগ কৰিছিল আৰু তেতিয়াৰ পৰা পদটো খালী হৈ আছিল।

ভাৰ্চুৱেল সভাখনত সভাপতিত্ব কৰে অসম টেবল টেনিছ সংস্থাৰ উপ-সভাপতি মুনিন নবিছে। ‘আটাৰ’ সকলো কাৰ্যবাহী সদস্য আৰু অনুমোদিত জিলাৰ সৰ্বসন্মতিক্ৰমে নতুন সভাপ্ৰতি হিচাপে পিযুষ হাজৰিকাক নিৰ্বাচিত কৰে।

টেবুল টেনিছ ফেডাৰেচন অৱ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া ধনৰাজ চৌধুৰীৰ লগতে অসম অলিম্পিক এছ’চিয়েশ্যনৰ দ্বাৰা পৰ্যবেক্ষক হিচাপে নিযুক্ত হোৱা অসম বেডমিণ্টন এছ’চিয়েশ্যনৰ সম্পাদক ওমৰ ৰছিদৰ সৈতে বৈঠকখনত পৰ্যবেক্ষক হিচাপে উপস্থিত আছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Fri
27 °
Sat
30 °
Sun
31 °
Mon
31 °
Tue
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular