Google search engine
27 C
Guwahati
Saturday, July 31, 2021
Google search engine
Homeৰাষ্ট্ৰীয়নতুন দিল্লীত অসম-মিজোৰামৰ সীমা সমস্যাৰ বৈঠকৰ অন্ত

নতুন দিল্লীত অসম-মিজোৰামৰ সীমা সমস্যাৰ বৈঠকৰ অন্ত

নতুন দিল্লী : নতুন দিল্লীত অসম মিজোৰামৰ সীমা সমস্যা সম্পৰ্কত আজি হোৱা বৈঠকৰ অন্ত পৰে৷ দিনজোৰা দুটা পয্যায়ৰ আলোচনাৰ অন্তত অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় “অসমে নিজৰ ভৌগলিক অখণ্ডতাৰ লগত আপোচ নকৰে৷ মিজোৰামৰ তৰফৰ পৰা হোৱা বেদখল তেঁওলোকে এৰিব লাগিব৷”

লগতে কয় বৈঠকত দুয়োপক্ষ সহমতত উপনীত হৈছে যদিও মিজোৰামে চুক্তিৰ বাবে কিছু সময় বিছাৰিছে ৷

ইপিনে অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ সীমা সমস্যাৰ বিষয়টো উচ্চতম ন্যায়ালয়ত আছে৷ আজিৰ আলোচনাত দুয়োখন ৰাজ্যৰ মুখ্যসচিব, আৰক্ষী সঞ্চালকপ্ৰধান আৰু বিষয়া পৰ্যায়ৰ বৈঠক প্ৰথম পৰ্যায়ত হয় ৷ ২য় পৰ্যায়ৰ বৈঠক কেন্দ্ৰীয় গৃহসচিৱ পৰ্যায়ত অনুষ্ঠিত হয় ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
94 %
0kmh
75 %
Sat
27 °
Sun
29 °
Mon
31 °
Tue
31 °
Wed
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular