spot_img
24.4 C
Guwahati
Monday, September 20, 2021
spot_img
Homeআঞ্চলিকঅসম-নাগালেণ্ড চৰকাৰৰ বুজাবুজি চুক্তিত স্বাক্ষৰ

অসম-নাগালেণ্ড চৰকাৰৰ বুজাবুজি চুক্তিত স্বাক্ষৰ

গুৱাহাটী: অসম-মিজোৰাম সীমা বিবাদ চলি থকাৰ সময়তে অসম-নাগালেণ্ড চৰকাৰৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ হৈছে৷ মুখ্যসচিব পৰ্যায়ৰ বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ এই চুক্তি স্বাক্ষৰৰ পাছতে দিচৈ ভেলীৰ বনাঞ্চলৰ পৰা অপসাৰিত হ’ব নিৰাপত্তাৰক্ষী৷

তদুপৰি দুয়োখন ৰাজ্যই ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব নিৰাপত্তাৰক্ষী৷ এতিয়াৰেপৰা কৃত্ৰিম উপগ্ৰহৰ নজৰত থাকিব অসম-নাগালেণ্ডৰ বিবদমান এলেকা৷ নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী ৱাই পেটনৰ উপস্থিতিত চুক্তি স্বাক্ষৰ৷

ইপিনে এই চুক্তি স্বাক্ষৰৰ ক্ষণত উপস্থিত থাকে অসমৰ শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
clear sky
24.4 ° C
24.4 °
24.4 °
92 %
1.1kmh
6 %
Tue
30 °
Wed
27 °
Thu
30 °
Fri
32 °
Sat
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular