Google search engine
30 C
Guwahati
Friday, July 30, 2021
Google search engine
Homeআঞ্চলিকঅসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠকঃ উপস্থিত বহু শীৰ্ষ বিষয়া

অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠকঃ উপস্থিত বহু শীৰ্ষ বিষয়া

গুৱাহাটীঃ অপৰাধমুক্ত অসম গঢ়াৰ লক্ষ্য অসমৰ নৱ-নিৰ্বাচিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। আৰক্ষীক দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। কলাক্ষেত্ৰত অসমৰ সকলো ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক অনুষ্ঠিত হৈছে। প্ৰথমবাৰৰ বাবে ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক।

অসম আৰক্ষীৰ ১১৯জন ইন্সপেক্টৰ আৰু ১৯৭ গৰাকী এছআই, মুঠ ৩১৬ গৰাকী বিষয়া উপস্থিত থকাৰ বিপৰীতে ৩ গৰাকী অনুপস্থিত আছে এই বৈঠকত।

আনহাতে বৈঠকত উপস্থিত আছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, জি পি সিং, হৰমিত সিং, হীৰেন নাথৰ লগতে অসম আৰক্ষীৰ বহু শীৰ্ষ বিষয়া ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
30 ° C
30.4 °
30 °
74 %
1.5kmh
75 %
Fri
31 °
Sat
28 °
Sun
30 °
Mon
32 °
Tue
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular