Google search engine
26 C
Guwahati
Tuesday, July 27, 2021
Google search engine
Homeআঞ্চলিকআৰু অসমলৈ নাহে প্ৰিয়ংকা গান্ধী, নিৰ্বাচনৰ মাজতে ল’লে এই সিদ্ধান্ত

আৰু অসমলৈ নাহে প্ৰিয়ংকা গান্ধী, নিৰ্বাচনৰ মাজতে ল’লে এই সিদ্ধান্ত

নতুন দিল্লী : কংগ্ৰেছৰ শীৰ্ষ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণ বাতিল৷ আজি প্ৰিয়ংকাই অসমৰ ৩খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱাৰ কথা আছিল৷ পূব গোৱালপাৰা, গোলকগঞ্জ, সৰুক্ষেত্ৰীত আছিল নিৰ্বাচনী প্ৰচাৰ সভা৷

আৰু পঢ়িব পাৰিব : অসম-নাগালেণ্ড সীমান্তত মাৰণাস্ত্ৰসহ আটক দুই যুৱক

ক’ভিড পৰিস্থিতিৰ বাবে অন্তিম মুহূৰ্তত বাতিল হয় প্ৰিয়ংকাৰ অসম ভ্ৰমণ৷ প্ৰিয়ংকাৰ স্বামী ৰবাৰ্ট ভাদ্ৰা আক্ৰান্ত হৈছে ক’ভিডত৷ ইয়াৰ পাছৰে পৰা সম্প্ৰতি চিকিৎসকৰ পৰামৰ্শমৰ্মে কোৱাৰেণ্টাইনত আছে প্ৰিয়ংকা গান্ধী৷ প্ৰিয়ংকাই ক’ভিড পৰীক্ষা কৰোঁৱাই যদিও তেওঁ ক’ভিড আক্ৰান্ত হোৱা নাই বুলি টুইটযোগে জনায়৷

আৰু পঢ়িব পাৰিব : ৰাজ্যৰ ভিন্ন স্থানত ধুমুহাৰ তাণ্ডৱ : ধ্বংসস্তূপত আবদ্ধ কিছু পৰিয়াল!

ক’ভিড পৰিস্থিতিৰ বাবে অন্তিম মুহূৰ্তত বাতিল হয় প্ৰিয়ংকাৰ অসম ভ্ৰমণ৷ প্ৰিয়ংকাৰ স্বামী ৰবাৰ্ট ভাদ্ৰা আক্ৰান্ত হৈছে ক’ভিডত৷ ইয়াৰ পাছৰে পৰা সম্প্ৰতি চিকিৎসকৰ পৰামৰ্শমৰ্মে কোৱাৰেণ্টাইনত আছে প্ৰিয়ংকা গান্ধী৷ প্ৰিয়ংকাই ক’ভিড পৰীক্ষা কৰোঁৱাই যদিও তেওঁ ক’ভিড আক্ৰান্ত হোৱা নাই বুলি টুইটযোগে জনায়৷

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
26 ° C
26 °
26 °
98 %
1.2kmh
100 %
Tue
26 °
Wed
33 °
Thu
31 °
Fri
28 °
Sat
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular