Google search engine
32 C
Guwahati
Wednesday, August 4, 2021
Google search engine
Homeআঞ্চলিকগণৰাজ্য দিৱসৰ দিনাই গুৱাহাটীত ৪টা বাংলাদেশীক আটক...

গণৰাজ্য দিৱসৰ দিনাই গুৱাহাটীত ৪টা বাংলাদেশীক আটক…

গুৱাহাটী : গণৰাজ্য দিৱসৰ দিনাই গুৱাহাটীত ৪টা বাংলাদেশীক আটক কৰে হাতীগাঁও আৰক্ষীয়ে৷ বাংলাদেশীকেইটাই জনোৱা মতে ঢাকাৰ পৰা চাকৰিৰ প্ৰলোভন দি গুৱাহাটীলৈ আনিছিল এটা দালালে৷

আৰু পঢ়িব পাৰিব : দেশত টাটাই মুকলি কৰিব মডাৰ্না প্ৰতিষেধক!

আগৰতলা হৈ অসমত প্ৰৱেশ কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি প্ৰদান কৰে বাংলাদেশীকেইটাই৷ চাকৰিৰ বাবে অহা বাংলাদেশীকেইটাই গুৱাহাটীত দালালৰ যোগাযোগ নাপাই কাষ চাপে হাতীগাঁও আৰক্ষীৰ৷ জিম্মাত থকা লোককেইজন ফাইছাল খান, মূৰাত মিজি, ৰিফাট খান আৰু বাপ্পি বেপাৰী সম্পত্তি বুলি জানিবলৈ দিয়ে৷

আৰু পঢ়িব পাৰিব : বিশ্বনাথত আৰম্ভ হ’ল দুখনকৈ ইলেকট্ৰ’নিক বাছৰ চলাচল…

ইয়াৰে ৩ জনৰ ঘৰ বাংলাদেশৰ বড়িছাল জিলাৰ আৰু এজন চান্দপুৰ জিলাৰ বুলি কয়৷ ইতিমধ্যে হাতীগাঁও আৰক্ষীয়ে এই কাণ্ডৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে৷

RELATED ARTICLES

Today's Weather

Guwahati
haze
32 ° C
35.4 °
32 °
74 %
1.5kmh
75 %
Wed
33 °
Thu
33 °
Fri
32 °
Sat
33 °
Sun
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular