Google search engine
28 C
Guwahati
Thursday, July 29, 2021
Google search engine
Homeআঞ্চলিকদুটাকৈ বেংকক প্ৰবঞ্চনা কৰি গ্ৰেপ্তাৰ হ'ল তাৰক চৌধুৰী !

দুটাকৈ বেংকক প্ৰবঞ্চনা কৰি গ্ৰেপ্তাৰ হ’ল তাৰক চৌধুৰী !

গুৱাহাটী : দুটাকৈ বেংকক প্ৰবঞ্চনা কৰি গ্ৰেপ্তাৰ হ’ল তাৰক চৌধুৰী নামৰ এটা প্ৰবঞ্চক৷ অৰ্থনৈতিক অপৰাধ তদন্ত সংস্থাই আজি গ্ৰেপ্তাৰ কৰিলে প্ৰবঞ্চকটোক৷ জানিব পৰা মতে প্ৰায় ৮০ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ আছিল প্ৰবঞ্চকটোৰ বিৰুদ্ধে৷

আৰু পঢ়িব পাৰিব : ডাইনীৰ সন্দেহত গাঁও এৰিবলৈ বাধ্য কৰালে এটি পৰিয়ালকঃ আটক ৩

একেটা সম্পত্তি বন্ধকত থৈ দুটাকৈ বেংকৰপৰা ঋণ লৈছিল। ইউকো বেংকৰ পৰা ২০১৩চনত লৈছিল ৭৩ লাখৰ ঋণ আৰু পঞ্জাব এণ্ড সিন্ধ বেংকৰ পৰাও ২০১৫চনত লৈছিল ৭.৫ লাখৰ ঋণ৷ দুয়োটা বেংকতে মাটিৰ জালি নথি-পত্ৰ জমা দিছিল তাৰক চৌধুৰীয়ে৷

আৰু পঢ়িব পাৰিব : ৰহাত ড৹ হিমন্ত বিশ্ব শৰ্মাঃ অগপ প্ৰাৰ্থী বিষ্ণু দাসৰ হৈ চলাইছে প্ৰচাৰ

ঘটনা সন্দৰ্ভত পঞ্জাব এণ্ড সিন্ধ বেংকে এজাহাৰ দিছিল BIEOত৷ ঋণ লৈ দীৰ্ঘদিন ধৰি পলাই আছিল যদিও আজি চৌধুৰীক গ্ৰেপ্তাৰ কৰে BIEO-এ৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
83 %
1.5kmh
75 %
Thu
28 °
Fri
29 °
Sat
28 °
Sun
29 °
Mon
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular