Google search engine
25.9 C
Guwahati
Thursday, July 29, 2021
Google search engine
Homeআঞ্চলিকবৰপেটাতো কৰ’নাৰ বিভীষিকা! মৃত্যু এজনৰ

বৰপেটাতো কৰ’নাৰ বিভীষিকা! মৃত্যু এজনৰ

বৰপেটাঃ বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু এজন ব্যক্তিৰ। মৃত লোকজন কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ কাঞ্চৰণ ব্ৰহ্ম বুলি জানিব পৰা গৈছে। দেহত কৰ’নাৰ অৱস্থিতি ধৰা পৰাৰ পাছত ৬২বছৰীয়া কাঞ্চৰণ ব্ৰহ্মক কালি বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ ক’ভিড ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছিল।

আৰু পঢ়িব পাৰিব: আইচিইউ জুই, ১৩জনকৈ চিকিৎসাধীন কৰ’না ৰোগীৰ মৃত্যু

পৰৱৰ্তী সময়ত স্বাস্থ্যৰ অৱনতি ঘটাত ক’ভিড আক্ৰান্ত লোকজনক আই চি ইউত ৰখা হৈছিল। অৱশেষত আজি পুৱা ক’ভিড আক্ৰান্ত লোকগৰাকীৰ চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে।

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
25.9 ° C
25.9 °
25.9 °
93 %
2.9kmh
100 %
Thu
26 °
Fri
31 °
Sat
27 °
Sun
30 °
Mon
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular