Google search engine
29 C
Guwahati
Tuesday, July 27, 2021
Google search engine
Homeআঞ্চলিকবৰপেটাৰোড চহৰত দিন দুপৰতে চুৰিকাণ্ড: আটক দুই দুৰ্ধষ চোৰ

বৰপেটাৰোড চহৰত দিন দুপৰতে চুৰিকাণ্ড: আটক দুই দুৰ্ধষ চোৰ

বৰপেটা : বৰপেটাৰোড চহৰত দিন দুপৰতে চুৰিৰ ঘটনা সংঘটিত হয়৷ আৰক্ষীয়ে নিশা আটক কৰিলে দুই চোৰক৷ চোৰ দুজনৰ জিম্মাৰপৰা উদ্ধাৰ চুৰি হোৱা নগদ ধনসহ সোণৰ অলংকাৰ৷ উল্লেখ্য যে, সোমবাৰে দূপৰীয়া বৰপেটাৰোড চহৰৰ ৰায় পাৰাৰ টুটন সৰকাৰৰ ঘৰত দিন দুপৰতে চোৰ সোমাই লুটিছিল ধন-সোণ৷

আৰু পঢ়িব পাৰিব : ক’ভিডভীতিৰ মাজতে ৰাজ্যবাসীয়ে পালন কৰিছে গৰু বিহু

শিক্ষয়িত্ৰী টুটন সৰকাৰ বিদ্যালয়লৈ যোৱাৰ সুযোগ লৈ দুই চোৰে চলাইছিল চাফাই অভিযান৷ অৱশেষত আৰক্ষীক দাখিল কৰা এজাহাৰৰ ভিত্তিত অভিযান চলাই ১২ ঘণ্টাৰ ভিতৰতে চুৰিৰ ঘটনাত জড়িত দুই গভাইট চোৰক আটক কৰে বৰপেটা ৰোড আৰক্ষীয়ে৷ ধৃত দুই চোৰ বাহবাৰীৰ ৰাকেশ আৰ্য্য আৰু পাট বজাৰৰ বিশাল বাছফোৰ৷

আৰু পঢ়িব পাৰিব : মৈৰাবাৰীত ৰহস্যজনক মৃত্যু বোৱাৰীৰঃ আটক এজন

দুই চোৰৰ ঘৰত তালাচী চলাই আৰক্ষীয়ে চুৰি হোৱা সোণৰ চেইন এডাল, দুটা আঙুঠি, ৪টা মোবাইল ফোনৰ লগতে নগদ প্ৰায় ২০ হাজাৰ টকা উদ্ধাৰ কৰে৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
29 ° C
29 °
29 °
79 %
0kmh
75 %
Tue
29 °
Wed
33 °
Thu
29 °
Fri
27 °
Sat
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular