spot_img
30 C
Guwahati
30 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeআঞ্চলিকসাৱধান! মুখ্য়মন্ত্ৰীৰ হাতত দালালৰ তালিকা; সকীয়নি  ডি জি পি ভাস্কৰজ্য়োতি মহন্তৰো  

সাৱধান! মুখ্য়মন্ত্ৰীৰ হাতত দালালৰ তালিকা; সকীয়নি  ডি জি পি ভাস্কৰজ্য়োতি মহন্তৰো  

 
ডিজিটেল ডেস্ক:  মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পাছতেই এতিয়া ৰাজ্য়জুৰি দালালৰ বিৰুদ্ধে মাৰাথন অভিযান চলাইছে আৰক্ষীয়ে ৷ ফাদিল হৈছে ন ন তথ্য় ৷এইবাৰ  ঘটনা সন্দৰ্ভত  আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্য়োতি মহন্তই  সাংবাদিকৰ আগত মন্তব্য় কৰি কয় যে  এই দালালসকলৰ  বিৰুদ্ধে দীৰ্ঘদিনৰ পৰাই অনুসন্ধান চলাই আহিছিল অসম আৰক্ষীয়ে 

আনহাতে মাটিৰ দালাল আৰু  চৰকাৰী বিভাগৰ দালালকো সকীয়নি দিলে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷ নিশাৰ পৰা বৰ্তমানলৈ আটক হৈছে ৪৫০ জনৰো অধিক দালাল আৰু আটক হোৱাৰ সম্ভাৱনা আছে ৭০০জনতকৈও  অধিক লোক ৷ সেইসকলৰ তালিকা ইতিমধ্য়ে আহি পৰিছে বুলি  সাংবাদিকৰ আগত  মন্তব্য় কৰিলে মুখ্য়মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular