Google search engine
25.9 C
Guwahati
Friday, July 23, 2021
Google search engine
Homeআঞ্চলিকক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাতিল ৪৩সংখ্যক বেলতলা ব'হাগী উৎসৱ

ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাতিল ৪৩সংখ্যক বেলতলা ব’হাগী উৎসৱ

গুৱাহাটী : ৪৩ সংখ্যক বেলতলা ব’হাগী উৎসৱ বাতিল কৰা হৈছে৷ কৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিন্ধান্ত গ্ৰহণ বিহু কমিটীখনৰ৷ ২৩, ২৪ আৰু ২৫ এপ্ৰিলত আছিল বিহুৰ এই কাৰ্যসূচীসমূহ৷ ইতিমধ্যেই সকলো প্ৰস্তুতি সম্পন্ন হৈছিল ব’হাগী উৎসৱৰ৷ জুবিন, পাপন, মহালক্ষ্মী, শংকুৰাজৰ সংগীতানুষ্ঠান আছিল৷

আৰু পঢ়িব পাৰিব :ক’ভিড সংক্ৰমণৰ নতুন পথৰ সন্ধান লাভ কৰিছে গৱেষকে…

কিন্তু সকলো কাৰ্যসূচী ইতিমধ্যেই বাতিল কৰা হৈছে৷ সংবাদমেলযোগে এই কথা ঘোষণা কৰে বেলতলা বিহু সমিতিয়ে৷ চৰকাৰী এছঅ’পি মানি বিহু উদযাপন কৰাত অসুবিধা বুলি উল্লেখ কৰে বিহু কমিটীখনে৷

আৰু পঢ়িব পাৰিব :কৰ’নাৰ কালৰূপ : দেশত ২ লক্ষাধিক লোক আক্ৰান্ত

এনে দুৰ্যোগৰ সময়ত শিল্পীসকলক সহায়ৰ হাত আগবঢ়াবলৈ স্বেচ্ছাসেৱী সংগঠনক আহ্বান কমিটীখনৰ।

RELATED ARTICLES

Today's Weather

Guwahati
scattered clouds
25.9 ° C
25.9 °
25.9 °
93 %
1.5kmh
37 %
Fri
26 °
Sat
34 °
Sun
33 °
Mon
32 °
Tue
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular