spot_img
27 C
Guwahati
Monday, September 20, 2021
spot_img
Homeআঞ্চলিকক'ত উদ্ধাৰ সন্ধানহীন চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ !

ক’ত উদ্ধাৰ সন্ধানহীন চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ !

মাজুলী : অৱশেষত বহু প্ৰতিক্ষাৰ অন্তত উদ্ধাৰ হ’ল সন্ধানহীন চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ৷ মাজুলী-নিমাতীৰ শোকাৱহ নাও দুৰ্ঘটনাৰ পাছৰ পৰা সন্ধানহীন হৈ আছিল চিকিৎসক বিক্ৰমজিৎ বৰুৱা৷ মাজুলীৰ ভেকেলী চাপৰিৰ কুমলীয়াত আজি উদ্ধাৰ হয় মৃতদেহটো৷

image credit : Prag News

ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ হোৱা মৃতদেহটো বিক্ৰমজিৎ বৰুৱাৰ বুলি চিনাক্ত কৰে৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু প্ৰশাসনৰ লোক৷ মাজুলী ফেৰী দুৰ্ঘটনাৰ পাছত এগৰাকী জনদৰদী আৰু জনপ্ৰিয় চিকিৎসক বৰুৱাৰ সন্ধান নোপোৱাক লৈ ব্যাপক চৰ্চা চলিছিল৷ পৰিয়াল, আত্মীয়-স্বজনে বহু আশাৰে বাট চাইছিল বিক্ৰমজিৎ ঘূৰি অহালৈ৷

mage credit : Prag News

চিকিৎসকগৰাকীৰ মৃত্যুৰ পাছত এই নাও দুৰ্ঘটনাত প্ৰাণ হেৰুৱাৰ সংখ্যা ৩গৰাকীলৈ বৃদ্ধি পায় ব্যক্তি৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
89 %
0kmh
75 %
Mon
32 °
Tue
31 °
Wed
30 °
Thu
31 °
Fri
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular