Google search engine
32 C
Guwahati
Wednesday, August 4, 2021
Google search engine
Homeআঞ্চলিকশাসনৰ গাদীলৈ পুনৰ বিজেপি; তচনচ হ'ল বিৰোধীৰ মহাজোঁট

শাসনৰ গাদীলৈ পুনৰ বিজেপি; তচনচ হ’ল বিৰোধীৰ মহাজোঁট

গুৱাহাটী : ৰাজ্যত শাসনৰ গাদীলৈ পুনৰ বিজেপি৷ তচনচ হ’ল বিৰোধীৰ মহাজোঁট৷ দিছপুৰ পুনৰ দখল কৰিবলৈ সক্ষম হ’ল বিজেপিৰ মিত্ৰজোঁটে৷ বিজেপি মিত্ৰজোঁটে মুঠ ৭৫খন আসন লাভ কৰে। ইয়াৰ ভিতৰত বিজেপিয়ে ৬০খন, অগপই ৯খন আৰু ইউপিপিএলে লাভ কৰিলে ৬খন আসন।

আৰু পঢ়িব পাৰিব :   ক’ভিড যুদ্ধত আৰ্থিক সাহায্য আৰচিবিৰ, নিলাম হ’ব ‘স্পেচিয়েল ব্লু জাৰ্চী’

আনহাতে, কংগ্ৰেছে ২৯খন, বিপিএফে ৪খন, এআইইউডিএফে ১৬খন লাভ কৰে। ইয়াৰ উপৰি চিপিআই(এম)–এ এখন আৰু নিৰ্দলীয়ই এখন আসন দখল কৰিবলৈ সক্ষম হয়।

আৰু পঢ়িব পাৰিব :   কোন সমষ্টিত কোনে মাৰিলে বিজয়ৰ হাঁহি? ‘প্ৰাগ নিউজ’ৰ নিৰ্বাচনী আপডেট

অসমত বিজেপিৰ সাফল্যত জে পি নাড্ডাই টুইটৰে শুভেচ্ছা বাৰ্তা জনায়৷ তেওঁ লিখিছে- ‘ডাবল ইঞ্জিন চৰকাৰৰ বাবে অসমত অভূতপূৰ্ব উন্নয়ন হৈছে৷বিজেপিৰ উন্নয়ন ৰাজনীতিক লৈছে আঁকোৱালি লৈছে ৰাইজে৷ মোদীৰ নেতৃত্বত প্ৰগতিৰ নতুন শিখৰ চুব অসমে৷’ আনহাতে কংগ্ৰেছক সমালোচনা কৰি তেওঁ লিখে,- ‘কংগ্ৰেছৰ সাম্প্ৰদায়িক ৰাজনীতিক প্ৰত্যাখান ৰাইজৰ৷ ‘

RELATED ARTICLES

Today's Weather

Guwahati
haze
32 ° C
35.4 °
32 °
74 %
1.5kmh
75 %
Wed
33 °
Thu
33 °
Fri
32 °
Sat
33 °
Sun
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular