Google search engine
28 C
Guwahati
Thursday, July 29, 2021
Google search engine
Homeআঞ্চলিকভাৰ্ছুৱেল মাধ্যমেৰে ধুবুৰী-মেঘালয় দলঙৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ...

ভাৰ্ছুৱেল মাধ্যমেৰে ধুবুৰী-মেঘালয় দলঙৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ…

ধুবুৰী : ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ধুবুৰী আৰু মেঘালয়ৰ ফুলবাৰীক সংযোগ কৰি নিৰ্মাণ হ’বলগীয়া বহু প্ৰত্যাশিত দলংখনৰ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্ছুৱেল মাধ্যমেৰে আধাৰশিলা স্থাপন কৰে৷ ১৯.২৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত দলংখনে অসম আৰু মেঘালয়ৰ মাজত যাতায়াত সুগম কৰি তুলিব৷

আৰু পঢ়িব পাৰিব : ৰাজস্থানৰ নাৰী সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ অসমৰ চাৰি যুৱতী

দেশৰ দীৰ্ঘতম নদী দলং হিচাপে পৰিগণিত হ’বলগীয়া দলংখনৰ আধাৰশিলা স্থাপন উপলক্ষে আজি ধুবুৰীৰ আদাবাৰীত এখন ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছে৷ এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ পৰিবহণ, উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী৷

আৰু পঢ়িব পাৰিব : কাজিৰঙাত গঁড়ৰ আক্ৰমণত কৰ্তব্যৰত অৱস্থাত বনকৰ্মী নিহত

‘জাইকা’ৰ ঋণেৰে নিৰ্মাণ কৰা হ’ব দলংখন৷ নিৰ্মাণ কৰিব দেশৰ আগশাৰীৰ নিৰ্মাণ প্ৰতিষ্ঠান ‘এল এণ্ড টি’য়ে৷ এই দলং নিৰ্মাণত মুঠ খৰছ হ’ব ৪,৯৯৭ কোটি টকা৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
83 %
0kmh
75 %
Thu
32 °
Fri
30 °
Sat
30 °
Sun
30 °
Mon
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular