spot_img
31 C
Guwahati
Sunday, September 26, 2021
spot_img
Homeআঞ্চলিককেবিনেত বৈঠকত আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত...

কেবিনেত বৈঠকত আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত…

গুৱাহাটী : আজি কেবিনেট বৈঠকত হোৱা সিদ্ধান্তৰ পাছত মন্ত্ৰী পিয়ুজ হাজৰিকাই সংবাদমেল সম্বোধন কৰে৷ কেবিনটৰ সিদ্ধান্ত অনুসৰি অসম গৌৰৱ যমুনা বড়ো আৰু সঞ্জয় বড়োক আবকাৰী পৰিদৰ্শক হিচাপে নিযুক্তি দিয়ে৷ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন ৩ ছেপ্টেম্বৰত দিব নিযুক্তি৷

প্ৰশাসনিক সংস্কাৰত গুৰুত্ব আৰোপ কেবিনেটৰ৷ শিলচৰ মেডিকেল কলেজত ঠিকাভিত্তিক নিউৰ’ চাৰ্জন নিযুক্তিৰ সিদ্ধান্ত৷ আদিবাসী আৰু চাহ জনগোষ্ঠীৰ দাবীৰ প্ৰতি সন্মান কেবিনেটৰ তেঁওলোকৰ দাবী মানি ৰাজীৱ গান্ধী অভয়াৰণ্যখন এতিয়াৰে পৰা ওৰাং ৰাষ্ট্ৰীয় অভয়াৰণ্য নামাকৰণ কৰা হৈছে৷

কভিডৰ যাৱতীয় খৰচৰ ববে টকা আৱৰ্তন দিলে কেবিনেটে৷ এতিয়াৰে পৰা পৰিয়ালৰ কোনো এজন ক’ভিডত মৃত্যু হলে পৰিয়ালে লাভ কৰিব ১লাখ টকা৷ ক’ভিড ব্যয়ৰ অনুমোদন ৬৬০কোটি টকা৷ ২ অক্টোবৰত হিতাধিকাৰীৰ মাজত চেক প্ৰদান কৰিব অভিভাৱক মন্ত্ৰীয়ে৷ ২ কোটিলৈ বিভাগে, ৫ কোটিলৈ মুখ্য সচিবৰ অধ্যক্ষতাত গঠিত কমিটীয়ে,৫ কোটিৰ পৰা ১০০ কোটি পৰ্যন্ত বিত্তমন্ত্ৰীয়ে আৰু ১০০ কোটিৰ ওপৰৰ বিত্তীয় অনুমোদন দিয়ে কেবিনেটে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
31 ° C
31.4 °
31 °
66 %
2.1kmh
40 %
Sun
34 °
Mon
35 °
Tue
32 °
Wed
29 °
Thu
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular