Google search engine
29 C
Guwahati
Sunday, July 25, 2021
Google search engine
Homeৰাজনৈতিকমোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : নাম অন্তৰ্ভুক্ত হ’ব সৰ্বানন্দ সোণোৱালৰ

মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : নাম অন্তৰ্ভুক্ত হ’ব সৰ্বানন্দ সোণোৱালৰ

নতুন দিল্লী : আজি সন্ধিয়া মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটিব৷ সন্ধিয়া ৬ বজাত ৰাষ্ট্রপতি ভৱনত হ’ব শপতগ্ৰহণ৷ মোদীৰ দ্বিতীয় কাৰ্যকালৰ আজি হ’ব প্ৰথমটো সম্প্ৰসাৰণ৷ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ’ব অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷

আজি দিল্লীলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও৷ শপতগ্ৰহণ অনুষ্ঠানত থাকিব মাথোঁ ১২০জন লোক৷ মন্ত্ৰীসভাৰ সম্ভাব্য জ্যোতিৰাদিত্য সিন্ধিয়া, নাৰায়ণ ৰাণে, অনুপ্ৰিয়া পেটেল, ৰীতা বহুগণা যোশী, বৰুণ গান্ধী, বৈজয়ন্ত পাণ্ডা, সুশীল মোদী, মণিপুৰৰ আৰ কে ৰঞ্জন সিং আদি৷ মন্ত্ৰীসভাৰ পৰা বাদ পৰিব ৪জন নেতা৷ এতিয়াও নিশ্চিত হোৱা নাই সৰ্বানন্দ সোণোৱালৰ দপ্তৰ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
29 ° C
29 °
29 °
84 %
0kmh
75 %
Sun
28 °
Mon
31 °
Tue
29 °
Wed
34 °
Thu
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular