Google search engine
33 C
Guwahati
Saturday, July 24, 2021
Google search engine
Homeৰাজনৈতিককেবিনেট ৰদবদল: মোদীৰ মন্ত্ৰীসভাত উত্তৰ-পূবৰ পৰা ৫জনক স্থান

কেবিনেট ৰদবদল: মোদীৰ মন্ত্ৰীসভাত উত্তৰ-পূবৰ পৰা ৫জনক স্থান

নতুন দিল্লী : মোদী মন্ত্ৰীসভাৰ ব্যাপক ৰদবদল৷ এইবাৰ উত্তৰ-পূবক বিশেষ গুৰুত্ব মোদীৰ কেবিনেটত৷ মোদীৰ মন্ত্ৰীসভাত উত্তৰ-পূবৰ পৰা ৫জন মন্ত্ৰীয়ে স্থান পায়৷ প্ৰথমবাৰৰ বাবে ত্ৰিপুৰাৰ প্ৰতিভা ভৌমিক কেন্দ্ৰীয় মন্ত্ৰীত্ব প্ৰদান৷
ধৰ্মেন্দ্ৰ প্ৰধানক শিক্ষা আৰু দক্ষতা বিকাশৰ দায়িত্ব প্ৰদান৷ জ্যোতিৰাদিত্য সিন্ধিয়াক অসামৰিক বিমান পৰিবহণ দপ্তৰ৷ নতুন মন্ত্ৰী অশ্বিনী বৈষ্ণৱক ৰে’ল বিভাগৰ দায়িত্ব৷ কিৰেণ ৰিজিজুক আইন আৰু ন্যায় দপ্তৰ৷ মনসুখ মন্দাভিয়া স্বাস্থ্য আৰু পৰিয়ালক কল্যাণৰ দায়িত্ব৷ নতুন বন আৰু পৰিৱেশ মন্ত্ৰী ভূপেন্দৰ যাদৱ৷ ড’নাৰ মন্ত্ৰালয়ৰ দায়িত্ব প্ৰদান কৰে জি কিষান ৰেড্ডীক৷ অনুৰাগ সিং ঠাকুৰক তথ্য আৰু সম্প্ৰচাৰ, ক্ৰীড়া দপ্তৰ৷ মীনাক্ষী লেখি বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী৷ মণিপুৰৰ ৰাজকুমাৰ ৰঞ্জন সিঙকো বিদেশ দপ্তৰ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
33 ° C
33 °
33 °
62 %
0kmh
75 %
Sat
31 °
Sun
33 °
Mon
33 °
Tue
32 °
Wed
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular