গুৱাহাটী: ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে জুবিন গাৰ্গে চৰকাৰক কৰা দাৱীক কঠোৰ ভাষাৰে সমালোচনা কৰিছে৷ ভাৰতীয় জনতা পাৰ্টী তথা বিজেপিক স্থিতিক লৈ যথেষ্ট অসন্তুষ্টি প্ৰকাশ কৰিছে৷ আজি কিছু দিনৰ আগতে জুবিন গাৰ্গে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ এখন মুকলি পত্ৰ প্ৰেৰণ কৰিছিল৷ লগতে জুবিন গাৰ্গে গোৱা গীতৰ সহায়ত যোৱা বাৰ লোকসভা নিৰ্বাচনত লাভ কৰা ভোট ঘূৰাই বিচাৰিছে৷ আৰু পঢ়িব পাৰিব দিল্লীত গণতন্ত্ৰ দিৱসত অসমৰ সত্ৰীয়া নৃত্যই বিশেষ সমাদৰ লাভ কৰিছে৷…
-
-
শিলাদিত্য দেৱে কৈছে, “সংবাদ মাধ্যমেহে নাগৰিকত্ব সংশোধনী বিধেয়কখন বেছি বিতৰ্কৰ মাজলৈ ঠেলি দিছে৷
by Digital Desk জানুৱাৰী 19, 2019গুৱাহাটী: বিতৰ্কীত বিধায়ক শিলাদিত্য দেৱে পুনৰ এক বিতৰ্কীত মন্তব্য প্ৰদানেৰে চৰ্চিত হৈছে৷জনসাধাৰনৰ আগত নাগৰিকত্ব সংশোধনী বিধেয়কখনক লৈ কৰা মন্তব্যৰ দ্বাৰা পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে বিধায়কজন৷তেখেতে অসমৰ সংবাদ মাধ্যমক এই বিধেয়কৰ বিৰোদ্ধে ভূল পথেৰে পৰিচালিত কৰা বুলি দাবি কৰিছে লগতে বিভিন্ন ইচ্ছা পূৰণৰ বাবেহে এই বিধেয়কক আহিলা হিচাপে গ্ৰহণ কৰিছে বুলি মন্তব্য প্ৰদান কৰিছে৷ সংবাদ মাধ্যমৰ ব্যক্তি উপস্থিত থকাৰ সময়তে তেখেতে কয় যে, “কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মূখ্য নেতা অখিল গগৈ আৰু বুদ্ধিজীৱি হিৰেণ গোঁহাইৰ সমৰ্থনত জ্যেষ্ঠ সাংবাদিকে ভূল তথ্য প্ৰদান কৰি আহিছে টেলিভিশ্বন পৰ্দাত৷তেঁওলোকে ৰাজ্যত শান্তি স্থাপনত চেষ্টা কৰা নাই৷ আৰু পঢ়িব পাৰিব অসম আন্দোলনৰ নেতা আৰু প্ৰাক্তন অগপ মন্ত্ৰী বিৰাজ শৰ্মাই…
-
অসম আন্দোলনৰ নেতা আৰু প্ৰাক্তন অগপ মন্ত্ৰী বিৰাজ শৰ্মাই যোৱা নিশা শেষ নিশ্বাস ত্যাগ কৰে৷
by Digital Desk জানুৱাৰী 19, 2019গুৱাহাটী: অসম আন্দোলনৰ নেতা আৰু প্ৰাক্তন অগপ মন্ত্ৰী তথা অগপ দল গঠনৰ ভূমিকা গ্ৰহণ কৰা বিৰাজ শৰ্মাই যোৱা নিশা শেষ নিশ্বাস ত্যাগ কৰে নিজা বাসগৃহত৷ অগ্নি সংযোগ কৰাৰ আগত বহু স্থানত তেখেতৰ মৃতদেহটো শ্ৰদ্ধাঞ্জলী জ্ঞাপনৰ বাবে নিয়া হয়৷ অন্তিম সৎকাৰৰ বাবে নিয়াৰ আগতে তেখেতৰ মৃতদেহটো শ্ৰদ্ধাঞ্জলী জ্ঞাপনৰ বাবে চান্দমাৰী বিহুতলি, শিলপুখুৰী বিহুতলি আৰু শিলপুখুৰী নামঘৰত নিয়া হয়৷ আৰু পঢ়িব পাৰিব ৰাজনাথ সিঙে উত্তৰপূব ৰাজ্যৰ সকলো মূখ্যমন্ত্ৰীক নাগৰিকত্ব বিধেয়কৰ প্ৰতিবাদৰ আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছে৷ ইয়াৰ পাছত আমবাৰীৰ অগপ মূখ্য কাৰ্যালয়ত নিয়া হয় আৰু দলীয় নেতা আৰু সতীৰ্থই…
-
জুবিন গাৰ্গে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোদ্ধে ১৭ জানুৱাৰীত সংকল্প দিৱসত যোগদান ৷
by Digital Desk জানুৱাৰী 19, 2019গুৱাহাটী: ১৭ জানুৱাৰী শিল্পী দিৱসৰ দিনা তেজপুৰত জুবিন গাৰ্গে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোদ্ধে সংকল্প দিৱসত যোগদান কৰিব৷ কেন্দ্ৰই গ্ৰহণ কৰা এই বিধেয়কখনৰ বিৰোধীতাৰে এই দিৱসত অংশ গ্ৰহণ কৰিব৷ জুবিন গাৰ্গে ছচিয়েল মিডিয়াৰ যোগে জনাই যে, ” অসমৰ নামত আমি সকলো একলগ হও৷” সকলো শিল্পী জনতাক এই আন্দোলনৰ অংশীদাৰ হবৰ বাে আহ্বান জনাইছে৷ আৰু পঢ়িব পাৰিব ৫০ দিনীয়া কুম্ভমেলা আৰম্ভ, ত্ৰিবেণী সংগমত লাখ লাখ ভক্তৰ সমাৱেশ৷ তেজপুৰৰ কলাগুৰু শিল্পী সংঘই কলেজিয়েট বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা শিল্পী সমাৰোহত অংশগ্ৰহণ কৰিব৷ …
-
প্ৰতিবাদৰ মাজতে বাপতিসাহোন ভোগালী বিহুৰ আনন্দ উল্লাহ উপভোগ কৰিছে অসমীয়া ৰাইজে৷
by Digital Desk জানুৱাৰী 18, 2019গুৱাহাটী : প্ৰতিবাদৰ মাজতে ম’হ যুঁজ, কুকুৰা যুঁজ পিঠা পনাৰে ভোগৰ উৎসৱ ভোগালীৰ প্ৰস্তুতিয়ে সকলোৱে মাজত কিছু হলেও আনন্দ প্ৰদান কৰিছে৷ প্ৰতিবাদৰ পৰা কিছু মূহুৰ্ত্ব বাপতিসাহোন বিহুৰ আনন্দ উল্লাহ উপভোগ কৰিছে অসমীয়া ৰাইজে৷ অসমীয়াৰ বাপতীসাহোন মাঘ বিহু অথবা ভোগালী বিহুৰ উৎসাহে সকলো লোককে মতলীয়া কৰি তুলিছে৷ ভোগৰ উৎসৱ ভোগালীক আদৰাৰ বাবে সমগ্ৰ অসমীয়া ৰাইজে পূৰ্ণদম্যেৰে প্ৰস্তুতি আৰম্ভ কৰিছে৷ আৰু পঢ়িব পাৰিব শোণিতপুৰত সন্তল সংঘই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে লগতে হাগ্ৰমাৰ প্ৰতিকৃতি দাহ কৰিছে৷…
-
শোণিতপুৰত সন্তল সংঘই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে লগতে হাগ্ৰমাৰ প্ৰতিকৃতি দাহ কৰিছে৷
by Digital Desk জানুৱাৰী 18, 2019শোণিতপুৰ: সদৌ সন্তল ছাত্ৰ সংগঠনে বড়োলেণ্ডৰ মূখ্য হাগ্ৰামা মহিলাৰীৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে৷ ৯ জানুৱাৰী তাৰিখে হাগ্ৰামা মহিলাৰীয়ে ৰাজ্যসভাত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰক মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো ধৰণৰ হেঁচা প্ৰদান নকৰাক লৈ ছাত্ৰ সংগঠনটোৱে যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছে৷ প্ৰতিবাদীলোকসকলে পৰ্যটন মন্ত্ৰী চন্দন ব্ৰক্ষ্ম আৰু সাংসদ বিশ্বজিৎ দৈমাৰীৰ প্ৰতিকৃতি দাহ কৰে৷ আৰু পঢ়িব পাৰিব ভোগালী বিহু উদযাপনৰ সময়তেই সংশোধনী বিধেয়ক বাতিলৰ প্ৰতিবাদত অখিল গগৈৰ ২৪ঘন্টীয়া…
-
ভোগালী বিহু উদযাপনৰ সময়তেই সংশোধনী বিধেয়ক বাতিলৰ প্ৰতিবাদত অখিল গগৈৰ ২৪ঘন্টীয়া আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ৷
by Digital Desk জানুৱাৰী 17, 2019গুৱাহাটী: যি সময়ত সমগ্ৰ অসমত ভোগালী বিহুৰ প্ৰস্তুতি তথা উদযাপন চলি আছিল সেই সময়তেই অখিল গগৈয়ে উৰুকাৰ দিনাৰ পৰা বিহুৰ দিনলৈকে অনশন কাৰ্যসূচী গ্ৰহণ কৰে৷ ভোগালী বিহুৰ দিনাই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ প্ৰতিবাদৰ অখিল গগৈয়ে দেওবাৰে গুৱাহাটীৰ চছলত ২৪ঘন্টীয়া আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ কৰে৷ ১৪ জানুৱাৰীৰ দিনৰ ২ বজাৰ পৰা এই অনশন কাৰ্যসূচী গ্ৰহণ কৰে৷ আৰু পঢ়িব পাৰিব নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ প্ৰতিবাদৰ অখিল…
-
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ প্ৰতিবাদৰ অখিল গগৈৰ ২৪ঘন্টীয়া আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ৷
by Digital Desk জানুৱাৰী 17, 2019গুৱাহাটী: ভোগালী বিহুৰ দিনাই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ প্ৰতিবাদৰ অখিল গগৈয়ে দেওবাৰে ২৪ঘন্টীয়া আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ কৰে৷ ভোগালী বিহুৰ দিনাই অখিল গগৈয়ে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ প্ৰতিবাদত দেওবাৰে ২৪ঘন্টীয়া আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ কৰিব ১৪ জানুৱাৰীত৷ এই বিধেয়কৰ বিৰোদ্ধে ৰাজ্যসভাত কংগ্ৰেছ দল আৰু অনান্য বিৰোধী দলৰ কঠোৰ পদক্ষেপ্ৰৰ ফলত লোকসভাত গৃহিত হোৱা এই বিধেয়কখন ৰাজ্যসভাত গৃহিত নহয়৷ আৰু…
-
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ বাবে গোলাঘাটৰ বেংগলী সমাজৰ প্ৰতিবাদ৷
by Digital Desk জানুৱাৰী 17, 2019গোলাঘাট: সমগ্ৰ অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ প্ৰতিবাদ চলি থকাৰ সময়তে গোলাঘাটৰ বেংগলী সমাজ এ এই বিধেয়কৰ বিৰোদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখা যায়৷ এই বিধেয়কৰ প্ৰতিবাদ কাৰ্যসূচীত মূখ্য ভূমিকা গ্ৰহণ কৰা হিমাদ্ৰী মূখাৰ্জীয়ে কয় যে, “ভাষাৰ ক্ষেত্ৰত আমাক অৱহেলা কৰাটো আমি কেতিয়াও মানি নলও, আমি সঁচা অন্তৰেৰে অসমীয়া হয়৷ আমি কেতিয়াও নিজৰ ঠাইত বিদেশীৰ দৰে ব্যৱহাৰ আশা নকৰো৷ সেইকাৰণে আমি এই বিধেয়কৰ বিৰোধীতাৰ বাবে ওলাই আহিছো অসমৰ ভাই ভনী সকলৰ লগত৷” আৰু পঢ়িব পাৰিব মাঘ বিহুৰ সময়তেই নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদ…
-
মাঘ বিহুৰ সময়তেই নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদ চলি আছে৷
by Digital Desk জানুৱাৰী 17, 2019গুৱাহাটী : মাঘ বিহুৰ সময়তেই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বহু জনসাধাৰণে৷ সমগ্ৰ অসমত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোদ্ধে প্ৰতিবাদ চলি থকাৰ সমান্তৰালভাৱে মাঘ বিহুৰ লাড়ু পিঠা বনোৱাৰ পূৰ্ণ প্ৰস্তুতি দেখিবলৈ পোৱা দেখা গৈছে৷ অসমীয়াৰ বাপতীসাহোন মাঘ বিহু অথবা ভোগালী বিহুৰ উৎসাহে সকলো লোককে মতলীয়া কৰি তুলিছে৷ ভোগৰ উৎসৱ ভোগালীক আদৰাৰ বাবে সমগ্ৰ অসমীয়া ৰাইজে পূৰ্ণদম্যেৰে প্ৰস্তুতি আৰম্ভ কৰিছে৷ আৰু পঢ়িব পাৰিব অসম বন্ধৰ প্ৰতিবাদত ৩০তকৈ অধিক প্ৰতিবাদী সকলক আটক কৰে …