spot_img
24 C
Guwahati
24 C
Guwahati
দেওবাৰ, ডিচেম্বৰ 5, 2021
Homeআঞ্চলিকদীপাৱলীৰ পূৰ্বে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাত সাল-সলনি: কোন উপায়ুক্ত গ’ল কোনখন জিলালৈ?

দীপাৱলীৰ পূৰ্বে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাত সাল-সলনি: কোন উপায়ুক্ত গ’ল কোনখন জিলালৈ?

ডিজিটেল ডেস্ক: দীপাৱলীৰ পূৰ্বে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাত দেখা যায় ব্যাপক সাল-সলনি৷ ৰাজ্যৰ কেইবাখনো জিলাত উপায়ুক্তৰ সাল-সলনি কৰা হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি, পল্লৱ গোপাল ঝা কামৰূপ মেট্ৰ’ৰ নতুন উপায়ুক্ত৷ দৰঙৰ উপায়ুক্ত পদত প্ৰণৱ কুমাৰ শৰ্মা৷

ডিমা হাছাওৰ নতুন উপায়ুক্ত নাজৰিন আহমেদ৷ বিশ্বজিৎ পেগুক ডিব্ৰুগড়ৰ উপায়ুক্তৰূপে বদলি কৰা হৈছে৷ চৰাইদেউৰ নতুন উপায়ুক্ত পল বৰুৱা৷ দেৱকুমাৰ মিশ্ৰ বিশ্বনাথ জিলাৰ উপায়ুক্ত৷

এইচএন গৌতমক নগাঁৱৰ নতুন উপায়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে৷ মৃদুল যাদৱক কৰিমগঞ্জৰ নতুন উপায়ুক্ত হিচাপে ঘোষণা কৰা হৈছে৷ কৃষ্ণ বৰুৱাক পঃ কাৰ্বিআংলঙৰ নতুন উপায়ুক্ত হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে৷ চৰাইদেউৰ উপায়ুক্ত পদত অধিস্থিত হয় পল বৰুৱা।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular