spot_img
27 C
Guwahati
Tuesday, September 21, 2021
spot_img
Homeআঞ্চলিকস্বাধীনতা দিৱসত অসমৰ ৰাইজলৈ ১০ টা আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

স্বাধীনতা দিৱসত অসমৰ ৰাইজলৈ ১০ টা আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটী : আজি স্বাধীনতাৰ গৌৰৱোজ্জ্বল ৭৫ সংখ্যক বৰ্ষ উদযাপন৷ দেশৰ লগতে ৰাজ্যজুৰি আজি পালন কৰিছে স্বাধীনতা দিৱস৷ স্বাধীনতা দিৱসৰ এই মধুৰ ক্ষণত অসমৰ ৰাইজলৈ ১০ টা আহ্বান মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ৷ তেওঁ কয়, গুৰু দুজনাৰ তিথি কৰ্মৰে পালন কৰিম আমাৰ ধৰ্ম৷

বৃদ্ধাশ্ৰমত পিতৃ-মাতৃক নপঠিয়াবলৈ আহ্বান ৰাইজক৷ পিতৃ-মাতৃৰ পৰিচৰ্যাৰ বাবে ৭ দিনৰ বিশেষ ছুটীৰ আহ্বান মুখ্যমন্ত্ৰীৰ৷ নিজ কৰ্মস্থলীত ৭৫টা গছপুলি ৰোপণ কৰবলৈ অনুৰোধ কৰ তেওঁ৷ ৰাজহুৱা অনুষ্ঠানত ৰাষ্ট্রীয়, জাতীয় সংগীত গাবলৈ মুখ্যমন্ত্ৰীয়ে জনায় বিশেষ আহ্বান৷

পলিথিন মুক্ত সমাজৰ সংকল্প লৱলৈও মন্তব্য কৰে হিমন্তই৷ আনহাতে চৰকাৰী কৰ্মচাৰীলৈ এঘণ্টা অধিক কাৰ্যালয়ত কৰ্মৰ কৰিবলৈ আহ্বান জনায় তেওঁ৷ কন্যা সন্তানক ২১ বছৰৰ পূৰ্বে বিয়া নিদিয়াৰ সংকল্প ল’বলৈও অনুৰোধ তেওঁৰ৷ ড্ৰাগ্ছ, শিশু-নাৰী ব্যৱসায়ীৰ বিৰুদ্ধে সজাগ হওঁক বুলিও আহ্বান জনায় হিমন্তই৷ ৰাইজক সংকল্পৰ সোঁৱৰণ দি নিজেও প্ৰতিজ্ঞা ল’লে মুখ্যমন্ত্ৰীয়ে৷ ‘প্ৰনিধানযোগ্য কামেৰে নিজ পৰিচয় ৰাখক’ মুখ্যমন্ত্ৰী৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
thunderstorm
27 ° C
27 °
27 °
83 %
0kmh
75 %
Tue
27 °
Wed
28 °
Thu
32 °
Fri
32 °
Sat
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular