ইকৰানিত হাবিত উদ্ধাৰ এটি নৱজাত কন্যা শিশু

বোকাজান : এটি নৱজাত কন্যা শিশু উদ্ধাৰ হৈছে বোকাজানৰ ইকৰানিত৷ গৰু বান্ধিবলৈ অহা এগৰাকী মহিলাই ইকৰানিত হাবিত উদ্ধাৰ কৰে কন্যা শিশুটি। মহিলাগৰাকীয়ে জানিবলৈ দিয়া মতে হাবিৰ মাজত কান্দোন শুনি পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে শিশুটিক

আৰু পঢ়িব পাৰিব: নুমলীগড়ত প্ৰায় শতাধিক বন্যহস্তীৰ উপদ্ৰৱ : আতংকিত অঞ্চলবাসী

উল্লেখ্য যে শিশুটি উদ্ধাৰৰ সময়ত সৰ্বশৰীৰ গুৰি পৰুৱাই আৱৰি আছিল। কোনো পাষান হৃদয়ৰ মাতৃয়ে এনেদৰে পেলাই থৈ যায় নিষ্পাপ শিশুটিক। স্থানীয় কেইবা গৰাকীৰ মহিলাই শিশুটিক উদ্ধাৰ কৰি দুগ্ধপান কৰাই।

আৰু পঢ়িব পাৰিব: গান্ধীৰ প্ৰতিমূৰ্তিৰ কাষত ওৰেনিশা প্ৰতিবাদ নিলম্বিত সাংসদৰ

ইতিমধ্যে ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে শিশুটিক৷ কিন্তু কোনে এনেকৈ এই নৱজাতক  শিশুটিক এনেদৰে পেলাই তৈ গ’ল তাক লৈ এতিয়া অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ 

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES