spot_img
28 C
Guwahati
Wednesday, September 22, 2021
spot_img
Homeআঞ্চলিক‘ক’ল্ড কফি’ খাই কি অৱস্থা অখিল গগৈৰ?

‘ক’ল্ড কফি’ খাই কি অৱস্থা অখিল গগৈৰ?

গুৱাহাটী: ক’ফি খাবলৈ যোৱা এখন ফটোক লৈ সমালোচনাৰ সন্মুখীন বিধায়ক অখিল গগৈ৷ দিল্লীত পুত্ৰৰ সৈতে ক’ল্ড কফি খাবলৈ যোৱা ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাক লৈ মতপ্ৰকাশ কৰে বিধায়কগৰাকীয়ে৷

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, পুত্ৰৰ আবদাৰ ৰক্ষা কৰি কফি খাবলৈ গৈছিল বিধায়ক অখিল গগৈ৷ তেনে কৰাটো যদি অপৰাধ তেন্তে ফাঁচিৰ বাবেও সাজু বুলি মন্তব্য কৰে অখিল গগৈয়ে৷

পুত্ৰৰ আবদাৰ ৰক্ষা কৰি জে’লৰ পৰা ওলোৱাৰ পাছত আজিপৰ্যন্ত জীৱনত মাত্ৰ ৫বাৰহে কফি সেৱন কৰিছে বুলি জানিবলৈ দিয়ে অখিল গগৈয়ে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
thunderstorm
28 ° C
28 °
28 °
74 %
0kmh
75 %
Wed
27 °
Thu
32 °
Fri
32 °
Sat
33 °
Sun
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular