Google search engine
26.1 C
Guwahati
Saturday, July 24, 2021
Google search engine
Homeআঞ্চলিকদুদিনীয়া কাৰ্যসূচীৰে কাইলৈ অসমলৈ আহিব কংগ্ৰেছৰ যুৱৰাজ !

দুদিনীয়া কাৰ্যসূচীৰে কাইলৈ অসমলৈ আহিব কংগ্ৰেছৰ যুৱৰাজ !

গুৱাহাটী : দুদিনীয়া কাৰ্যসূচীৰে কাইলৈ অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী৷ উজনি অসমত নিৰ্বাচনী প্ৰচাৰ চলাব কংগ্ৰেছৰ যুৱৰাজজনে। কাইলৈ উজনিৰ ৩টাকৈ গুৰুত্বপূৰ্ণ স্থানত অংশ ল’ব নিৰ্বাচনী প্ৰচাৰত৷

আৰু পঢ়িব পাৰিব : দুটাকৈ বেংকক প্ৰবঞ্চনা কৰি গ্ৰেপ্তাৰ হ’ল তাৰক চৌধুৰী !

ডিব্ৰুগড়ৰ লাহোৱালত কলেজ শিক্ষাৰ্থীৰ সৈতে বাৰ্তালাপ কৰিব৷ লগতে চাবুৱাত চাহ শ্ৰমিকৰ সৈতে মিলিত হোৱাৰ লগতে ডুমডুমাত এখন ৰাজহুৱা সভাতো অংশ ল’ব ৰাহুলে৷ ইয়াৰ উপৰি ২০মাৰ্চত মৰিয়নি আৰু গহপুৰত অংশ ল’ব ৰাজহুৱা সভাত৷

আৰু পঢ়িব পাৰিব : ডাইনীৰ সন্দেহত গাঁও এৰিবলৈ বাধ্য কৰালে এটি পৰিয়ালকঃ আটক ৩

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিনলৈ মাজত মাথোঁ কেইটামান দিন থকাৰ মাজতে যথেষ্ট তৎপৰ হৈ পৰিছে দলীয় নেতা-কৰ্মী৷ আজি অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হোৱাৰ লগতে কাইলৈ দুদিনীয়া ভ্ৰমণৰ বাবে অসমত উপস্থিত হ’ব ৰাহুল গান্ধী৷

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
26.1 ° C
26.1 °
26.1 °
93 %
0.7kmh
100 %
Sun
33 °
Mon
33 °
Tue
33 °
Wed
29 °
Thu
29 °

Watch latest Movies & TV Series on Prag Play

Most Popular