Google search engine
28 C
Guwahati
Monday, August 2, 2021
Google search engine
Homeৰাজনৈতিক২০২১ৰ নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুতৰ বৈঠক কংগ্ৰেছৰ

২০২১ৰ নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুতৰ বৈঠক কংগ্ৰেছৰ

গুৱাহাটী: ২০২১ৰ নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুতৰ বৈঠক কংগ্ৰেছৰ৷ কেন্দ্ৰীয় পৰ্যৱেক্ষকৰ উপস্থিতিত দীঘলীয়া বৈঠক অনুস্থিত হয় গুৱাহাটীত৷ হিমন্তৰ গ’লৰ প্ৰত্যুত্তৰ গ’লেৰে দিবলৈ সাজু কংগ্ৰেছ৷ বিজেপি-হিমন্তক কটাক্ষ কৰি সৰৱ হৈ পৰে ৰিপুণ বৰা৷

আৰু পঢ়িব পাৰিব : বংগত পুনৰ গঠন হ’ব মমতাৰ চৰকাৰৰ!

তেওঁ কয়, ‘বিজেপিত এতিয়া পয়োভৰ ঘটিছে কংগ্ৰেছী নেতাৰ৷ বিজেপিগামীয়ে এজেণ্টৰ দৰে কাম কৰিছে কংগ্ৰেছৰ বাবে৷’ তদুপৰি সৰ্বভাৰতীয় সংবাদ মাধ্যমক মোদী মিডিয়া আখ্যা দিয়ে প্ৰদ্যুত্ বৰদলৈয়ে৷

আৰু পঢ়িব পাৰিব : ৰাজ্যত প্ৰতিবছৰে ধৰ্ষণৰ বলি হয় প্ৰায় ১৭০০ মহিলা: কংগ্ৰেছ

৩ ঘণ্টীয়া বৈঠকত কেইবাটাও ভাগত আলোচনা কৰে দলটোৱে৷ প্ৰতিটো আঞ্চলিক দলক একত্ৰ যুঁজৰ আহ্বান জিতেন্দ্ৰ সিঙৰ৷ সিঙৰ ভাষ্য় অনুসৰি AIUDFৰে মিত্ৰতাৰ সিদ্ধান্ত ল’ব AICC-এ৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Mon
31 °
Tue
28 °
Wed
31 °
Thu
33 °
Fri
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular