Google search engine
26.1 C
Guwahati
Saturday, July 24, 2021
Google search engine
Homeআঞ্চলিকঅসমত কংগ্ৰেছেহে গঠন কৰিব চৰকাৰঃ অপূৰ্ব ভট্টাচাৰ্য

অসমত কংগ্ৰেছেহে গঠন কৰিব চৰকাৰঃ অপূৰ্ব ভট্টাচাৰ্য

গুৱাহাটী : ‘অসমত কংগ্ৰেছেহে গঠন কৰিব চৰকাৰ’- এই দাবী কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যৰ৷ আজি ‘ৰাজীৱ ভৱন’ত অনুষ্ঠিত এক সংবাদমেলত মহাজোঁটৰ প্ৰশংসাত পঞ্চমুখ হয় মুখপাত্ৰগৰাকী৷

আৰু পঢ়িব পাৰিব :সুৰক্ষিত নহয় বৃটেইনৰ প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত তথ্যও! পঢ়ক সবিশেষ

‘কংগ্ৰেছৰ চৰকাৰ হ’ব অসমত, মহাজোঁটে লাভ কৰিব নিৰংকুশ সংখ্যাগৰিষ্ঠতা’- বুলি দাবী তেওঁৰ৷ ‘জনবিৰোধী বিজেপিৰ বিৰুদ্ধে ৰাইজে মতদান কৰিছে’- বুলি মন্তব্য তেওঁৰ৷

আৰু পঢ়িব পাৰিব :কপিলী নৈত সন্ধানহীন হোৱা দুই কিশোৰৰ মৃতদেহ উদ্ধাৰ

আনহাতে কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ সন্দৰ্ভতো তেওঁ মন্তব্য আগবঢ়ায়৷ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী কোন হ’ব সেয়া নিশ্চিত হোৱা নাই৷ আনহাতে ১৯% লোকে সোণোৱালক মুখ্যমন্ত্ৰীৰূপে বিচৰাটো লক্ষ্যণীয় বুলিও মন্তব্য তেওঁৰ৷

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
26.1 ° C
26.1 °
26.1 °
93 %
0.7kmh
100 %
Sun
33 °
Mon
33 °
Tue
33 °
Wed
29 °
Thu
29 °

Watch latest Movies & TV Series on Prag Play

Most Popular