spot_img
26 C
Guwahati
Thursday, September 16, 2021
spot_img
Homeআঞ্চলিকস্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কুকি উগ্ৰপন্থীৰ আত্মসমৰ্পণ

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কুকি উগ্ৰপন্থীৰ আত্মসমৰ্পণ

ডিফু : সমাগত স্বাধীনতা দিৱস৷ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কাৰ্বি পাহাৰত আনন্দৰ লহৰ৷ ইমান দিনে কাৰ্বি পাহাৰত সন্ত্ৰাস চলায় থকা কুকি উগ্ৰপন্থীয়ে আজি আত্মসমৰ্পণ কৰে৷ কুকি উগ্ৰপন্থী সংগঠন UPRFৰ ২৭ গৰাকীকৈ সদস্যই আত্মসমৰ্পণ কৰে৷

জিলাখনৰ ডিলাইৰ ছাইজাঙত আজিৰ আত্মসমৰ্পণ কৰে উগ্ৰপন্থী সদস্য কেইজনে৷ অসম আৰক্ষীৰ ডিফুৰ DIG সত্যৰাজ হাজৰিকাৰ ওচৰত কৰে আত্মসমৰ্পণ সদস্যকেইজনে৷ লগতে উপস্থিত থাকে জিলা আৰক্ষী অধীক্ষক পুস্পৰাজ সিং৷ উগ্ৰপন্থী সদস্যকেইজনে আৰক্ষীক জমা দিয়ে সৰু বৰ ১৭ টাকৈ মাৰণাস্ত্ৰ৷ ইয়াৰে ৪ টা অত্যাধুনিক ৰাইফলছ, ৫ টা পিষ্টল আৰু বাকীবোৰ কান্ত্ৰীমেড বন্দুক আৰু পইণ্ট টুটু বন্দুক বুলি জানিবলৈ পোৱা গৈছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
thunderstorm with light rain
26 ° C
26 °
26 °
89 %
0kmh
90 %
Thu
28 °
Fri
28 °
Sat
29 °
Sun
32 °
Mon
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular