Google search engine
29 C
Guwahati
Sunday, July 25, 2021
Google search engine
Homeআঞ্চলিকদেশত ভয়াৱহ ৰূপত কৰ’না: ১৫ দিনৰ বাবে হ'ব পাৰে লকডাউন

দেশত ভয়াৱহ ৰূপত কৰ’না: ১৫ দিনৰ বাবে হ’ব পাৰে লকডাউন

গুৱাহাটী : দেশত ভয়াৱহ ৰূপত বৃদ্ধি কৰ’নাৰ সংক্ৰমণ৷ শনিবাৰৰ দিনটোত আক্ৰান্ত হয় ১ লাখ ৪৬ হাজাৰ জন লোক৷ মৃত্যু ঘটিছে ৭ শতাধিক কৰ’না ৰোগীৰ৷ কৰ’নাই জটিল ৰূপ লৈছে মহাৰাষ্ট্রত৷ মহাৰাষ্ট্রত নিতৌ বাঢ়িছে হাজাৰ হাজাৰ লোক আক্ৰান্ত হৈছে কৰ’না ভাইৰাছত৷ ১৫ দিনৰ বাবে মহাৰাষ্ট্রত লকডাউন দিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷

আদালতৰ চৌহদৰ পৰা দেৱাল জঁপিয়াই অপৰাধীৰ পলায়ন

লকডাউন সন্দৰ্ভত আজি চৰকাৰে ল’ব সিদ্ধান্ত৷ ইপিনে দেশৰ লগতে অসমতো দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ৷ শনিবাৰৰ দিনটোত নতুনকৈ আক্ৰান্ত ৪০৫জন৷

মহানগৰীত চাঞ্চল্যকৰ ডকাইতি কাণ্ড: লুটিলে ২লাখ ৫০হাজাৰ

কামৰূপ মহানগৰ জিলাতে আক্ৰান্ত হৈছে ১৪৫জন৷ কালি মৃত্যু ঘটিছে দুগৰাকী কৰ’না ৰোগীৰ৷ কালি সম্পন্ন হৈছিল ৬৮ হাজাৰ ৭৫টা পৰীক্ষা৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
29 ° C
29 °
29 °
84 %
0kmh
75 %
Sun
28 °
Mon
31 °
Tue
29 °
Wed
34 °
Thu
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular