Google search engine
25.5 C
Guwahati
Sunday, August 1, 2021
Google search engine
Homeআঞ্চলিককৰ'নাৰ কালৰূপ : দেশত ২ লক্ষাধিক লোক আক্ৰান্ত

কৰ’নাৰ কালৰূপ : দেশত ২ লক্ষাধিক লোক আক্ৰান্ত

গুৱাহাটী : দেশত কালৰূপ লৈছে কৰ’নাই৷ কালিৰ দিনটোত পুনৰ ২ লক্ষাধিক লোক আক্ৰান্ত হয় কৰ’নাত৷ আক্ৰান্তৰ সংখ্যা ২ লাখ ৩৪ হাজাৰ জন৷ কালিৰ দিনটোত মৃত্যু হয় ১,৩৩৮ জন লোকৰ৷ দেশত কৰ’নাত মৃতকৰ সংখ্যা ১,৭৫,৬৭৩লৈ বৃদ্ধি হয়৷

আৰু পঢ়িব পাৰিব : ক’ভিড সংক্ৰমণৰ নতুন পথৰ সন্ধান লাভ কৰিছে গৱেষকে…

অসমটো বিপজ্জনকভাৱে বৃদ্ধি কৰ’নাত আক্ৰান্তৰ সংখ্যা৷ কালিৰ দিনটোত আক্ৰান্ত হয় ৫৭৩জন লোক৷ ৰাজ্যখনত মৃত্যু হয় ৪জন কৰ’না আক্ৰান্তৰ৷ কামৰূপ মহানগৰত কালি আক্ৰান্ত ২৪৫জন লোক৷

আৰু পঢ়িব পাৰিব : একেলগে হওক চাৰিটা পৰ্যায়ৰ ভোটগ্ৰহণ, আয়োগলৈ মমতাৰ দাবী

কামৰূপ জিলাত আক্ৰান্ত ৪৭জন লোক৷ নগাঁৱত ৩৩জন আৰু ডিব্ৰুগড়ত ২৫জন লোক আক্ৰান্ত৷

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
25.5 ° C
25.5 °
25.5 °
96 %
0.7kmh
100 %
Mon
31 °
Tue
31 °
Wed
30 °
Thu
33 °
Fri
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular