Google search engine
28 C
Guwahati
Thursday, July 29, 2021
Google search engine
Homeআঞ্চলিকদেশত ক্ৰমাগত চতুৰ্থ দিনলৈ কৰ'নাত আক্ৰান্তৰ নতুন অভিলেখ

দেশত ক্ৰমাগত চতুৰ্থ দিনলৈ কৰ’নাত আক্ৰান্তৰ নতুন অভিলেখ

গুৱাহাটী : দেশত ক্ৰমাগত চতুৰ্থ দিনলৈ কৰ’নাত আক্ৰান্তৰ নতুন অভিলেখ৷ শনিবাৰে কৰ’নাত আক্ৰান্ত হয় ৩ লক্ষাধিক লোক৷ মুঠ ৩ লাখ ৫০ হাজাৰ গৰাকী লোক আক্ৰান্ত হয় কৰ’নাত৷ শনিবাৰে মৃত্যু ঘটিছে ২,৭৬০ জন ৰোগীৰ৷

আৰু পঢ়িব পাৰিবজীৱন্তে জ্বলাই হত্যা কিশোৰীক ! পঢ়ুৱাবলৈ নি লগাইছিল ঘৰৰ কামত

দিল্লী, মহাৰাষ্ট্রত শোচনীয় হৈছে কৰ’না পৰিস্থিতি৷ বাংগালুৰুতো দৈনিক বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা৷ কালিৰ দিনটোতে আক্ৰান্ত ১৭ হাজাৰ লোক৷

আৰু পঢ়িব পাৰিব ক’ভিড কেয়াৰ চেন্টাৰত থকা ৰোগীক দিয়া হ’ব টকা !

অসমতো অব্যহত কৰ’নাৰ সক্ৰমণ৷ শনিবাৰে মুঠ কৰ’নাক্ৰান্ত ২,২৩৬ জন ৷ এদিনতে মৃত্যুৰ সংখ্যা ২৪ জনৰ৷ কেৱল কামৰূপ (মঃ)ত আক্ৰান্ত ৮১৫ জন৷ কামৰূপ (গ্ৰাম্য)ত আক্ৰান্ত হয় ১৯৬ জন লোক৷ নগাঁৱত ১২৩, ডিব্ৰুগড়ত ১১৫ জন আক্ৰান্ত হয়৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
83 %
0kmh
75 %
Thu
32 °
Fri
30 °
Sat
30 °
Sun
30 °
Mon
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular