Google search engine
28 C
Guwahati
Thursday, July 29, 2021
Google search engine
Homeআঞ্চলিককৰ'নাৰ সংক্ৰমণ : আৰোগ্যৰ হাৰ ৯৩.৯ শতাংশলৈ বৃদ্ধি

কৰ’নাৰ সংক্ৰমণ : আৰোগ্যৰ হাৰ ৯৩.৯ শতাংশলৈ বৃদ্ধি

গুৱাহাটী : ৰাজ্যত অব্যাহত আছে কৰ’নাৰ সংক্ৰমণ৷ কালিৰ দিনটোত আক্ৰান্ত হয় মুঠ ২,৪৭৯ জন লোক৷ কামৰূপ মহানগৰত আক্ৰান্ত হয় ১৩৭ জনকৈ লোক৷ কালি মৃত্যু ঘটিছে ৩০ জন ৰোগীৰ৷

আৰোগ্যৰ হাৰ ৯৩.৯ শতাংশলৈ বৃদ্ধি৷ অসমত আক্ৰান্তৰ সংখ্যা মুঠ ৪৯৬৪৮১জনলৈ বৃদ্ধি হয়৷ বৰ্তমান চিকিৎসাধীন হৈ আছে ২৮৪৫৭জন৷ আৰোগ্য লাভ কৰিছে ৪৬২৩০৭জনে৷ ৪৩৭০ জনৰ বৰ্তমানলৈ কৰ’নাত মৃত্যু ঘটিছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
83 %
0kmh
75 %
Thu
32 °
Fri
30 °
Sat
30 °
Sun
30 °
Mon
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular