spot_img
28 C
Guwahati
Friday, September 24, 2021
spot_img
Homeআঞ্চলিকৰাজ্যত হ্ৰাস কৰ’নাৰ সংক্ৰমণ : আক্ৰান্ত হয় ৯৮৯ জন

ৰাজ্যত হ্ৰাস কৰ’নাৰ সংক্ৰমণ : আক্ৰান্ত হয় ৯৮৯ জন

গুৱাহাটী : ৰাজ্যত কৰ’নাৰ সংক্ৰমণ অব্যাহত৷ বিগত ২৪ ঘণ্টাত অসমত আক্ৰান্ত হয় ৯৮৯ জন লোক৷ কালি ১০৭,২৮৫জন লোকক ক’ভিড টেষ্ট কৰা হয়৷ তাৰ ভিতৰত গুৱাহাটীত কালি আক্ৰান্ত হয় ১৬০ জন৷

কামৰূপ গ্ৰাম্যত আক্ৰান্ত হয় ৬৬জন, গোলাঘাটত আক্ৰান্ত হয় ৫৫জন, নলবাৰীত আক্ৰান্ত হয় ৫০জন৷ কালিৰ দিনটোত অসমত মৃত্যু হয় ১৯ জনৰ৷

শনিবাৰে ৰাজ্যত আক্ৰান্তৰ হাৰ ০.৯২ শতাংশ৷ ৰাজ্যত বৰ্তমান চিকিৎসাধীন হৈ আছে ১১,৯৭৫ জন৷ কালিৰ দিনটোত আৰোগ্য লাভ কৰে ১৪৮০জন লোক৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
28 ° C
30.4 °
28 °
78 %
0kmh
40 %
Fri
33 °
Sat
33 °
Sun
34 °
Mon
31 °
Tue
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular