Google search engine
28 C
Guwahati
Tuesday, July 27, 2021
Google search engine
Homeআঞ্চলিকউদ্বেগজনকভাৱে বৃদ্ধি কৰ'নাৰ সংক্ৰমণ :মহানগৰীত পুনৰ বলৱৎ হ’ব পাৰে কঠোৰ বিধি

উদ্বেগজনকভাৱে বৃদ্ধি কৰ’নাৰ সংক্ৰমণ :মহানগৰীত পুনৰ বলৱৎ হ’ব পাৰে কঠোৰ বিধি

গুৱাহাটী : গুৱাহাটীত পুনৰ বিপজ্জনক ৰূপ লৈছে কৰ’নাই৷ গুৱাহাটীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ ৷ কালিৰ দিনটোত গুৱাহাটীত আক্ৰান্ত হয় মুঠ ২৪৭ জন লোক৷

গুৱাহাটীত পুনৰ বলৱৎ হ’ব পাৰে কঠোৰ ক’ভিড বিধি৷ পুনৰ সান্ধ্য আইনৰ সময় বৃদ্ধি পোৱাৰ সম্ভাৱনা৷ কালিৰ দিনটোত ৰাজ্যত নতুনকৈ আক্ৰান্ত হয় মুঠ ২,৪৯৩ জন লোক৷ গোলাঘাটত ২০৯, যোৰহাটত ১৭৬ জন আক্ৰান্ত৷ লখিমপুৰত আক্ৰান্ত হৈছে ১৭৩ জন লোক৷ বিগত ২৪ ঘণ্টাত কৰ’নাত মৃত্যু হৈছে ২৪ গৰাকী ৰোগীৰ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Tue
28 °
Wed
35 °
Thu
33 °
Fri
29 °
Sat
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular