Google search engine
30 C
Guwahati
Tuesday, July 27, 2021
Google search engine
Homeআঞ্চলিকৰাজ্যত কৰ’না সংক্ৰমণ অব্যাহত, উদ্বেগমুক্ত হোৱা নাই পৰিস্থিতি

ৰাজ্যত কৰ’না সংক্ৰমণ অব্যাহত, উদ্বেগমুক্ত হোৱা নাই পৰিস্থিতি

গুৱাহাটী : ৰাজ্যত কৰ’নাৰ সংক্ৰমণ অব্যাহত আছে৷ কালিৰ দিনটোত ৰাজ্যত মুঠ ২,৩৯১ জন লোক নতুনকৈ আক্ৰান্ত হয়৷ আনহাতে, বিগত ২৪ ঘণ্টাত মৃত্যু হয় ২৪ জন কৰ’না আক্ৰান্তৰ৷ গুৱাহাটী মহানগৰীত আক্ৰান্ত হয় ২২৮জন লোক৷

শোণিতপুৰত আক্ৰান্ত হয় ১৪১জন, যোৰহাটত আক্ৰান্ত হয় ২০৬জন, গোলাঘাটত সৰ্বাধিক সংখ্যক লোক আক্ৰান্ত হয় কৰ’নাত৷ মুঠ ২৩৪জন আক্ৰান্ত হয় জিলাখনত৷ শিৱসাগৰত ১৩২জন, ডিব্ৰুগড়ত ১১৩জন, নগাঁৱত ১১১জন আক্ৰান্ত হয়৷ লখিমপুৰত ১০৯জন, বাকসাত ১০০জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
30 ° C
31.4 °
30 °
79 %
2.1kmh
75 %
Tue
29 °
Wed
30 °
Thu
33 °
Fri
26 °
Sat
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular