spot_img
24 C
Guwahati
Friday, September 17, 2021
spot_img
Homeআঞ্চলিকৰাজ্যত ক্ৰমাৎ হ্ৰাস কৰ’নাৰ সংক্ৰমণ : আক্ৰান্ত হয় ৮৮৬ জন

ৰাজ্যত ক্ৰমাৎ হ্ৰাস কৰ’নাৰ সংক্ৰমণ : আক্ৰান্ত হয় ৮৮৬ জন

গুৱাহাটী : ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে কৰ’নাৰ সংক্ৰমণ৷ বৃহস্পতিবাৰে ৰাজ্যত আক্ৰান্ত হয় ৮৮৬ জন লোক৷ গুৱাহাটীত কালি আক্ৰান্ত হয় ১৬১ জন৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত মৃত্যু হয় ১৪ জন৷ কালিৰ দিনটোত ১০১,৬৬৮জনৰ দেহত ক’ভিড টেষ্ট কৰা হয়৷ তাৰভিতৰত বৰপেটাত ৭২জন আক্ৰান্ত হয়, গোলাঘাটত ৫০ জন আক্ৰান্ত হয়, কামৰূপ গাম্যত আক্ৰান্ত ৪৬ জন৷

ডিব্ৰুগড়, ওদালগুৰি, কামৰূপ মে’ট্ৰত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হয় ২জনকৈ লোকৰ৷ কাছাৰ, কামৰূপ গাম্য, ধুবুৰী, কোকৰাঝাৰ আৰু নগাঁৱত এজনকৈ লোকৰ মৃত্যু হয়৷ বৰ্তমান ৰাজ্যত চিকিৎসাধীন হৈ আছে ৯,৪৭২জন লোক৷ তাৰবিপৰীতে আৰোগ্য লাভ কৰিছে ১০৯৮জনে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
24 ° C
24 °
24 °
98 %
1.2kmh
98 %
Sat
29 °
Sun
30 °
Mon
31 °
Tue
31 °
Wed
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular