Google search engine
28 C
Guwahati
Saturday, July 31, 2021
Google search engine
Homeআঞ্চলিককৰ'নাৰ সংক্ৰমণ: ২৪ ঘণ্টাত মৃত্যু ৩৭জনৰ

কৰ’নাৰ সংক্ৰমণ: ২৪ ঘণ্টাত মৃত্যু ৩৭জনৰ

গুৱাহাটী : ৰাজ্যত কৰ’নাৰ ভয়ংকৰ সংক্ৰমণ অব্যাহত৷ বিগত ২৪ ঘণ্টাত অসমত ৩৭জনৰ মৃত্যু হয়৷ ৰাজ্যত নতুনকৈ আক্ৰান্ত হৈছে ২,৫৭৫ গৰাকীৰ৷

গুৱাহাটী আক্ৰান্ত হয় ২১৭জন লোকৰ, গোলাঘাটত ২৬৮জন, যোৰহাটত ১৯৬জন, লখিমপুৰত ১৭২ জন, নগাঁৱত ১৩৩জন, শিৱসাগৰত ১৩২জন, শোণিতপুৰত ১২১জন, ডিব্ৰুগড়ত ১০৯জন, তিনিচুকীয়াত ১০২জন৷ আনহাতে বিশ্বনাথত ১০১গৰাকী লোক কৰ’নাত আক্ৰান্ত৷ কালি দিনটোত মুঠ ১,৬৮,৩৬১গৰাকী লোকৰ ক’ভিড টেষ্ট কৰা হয়৷ সোমবাৰে ৰাজ্যত আক্ৰান্ত হাৰ আছিল ১.৫৩ শতাংশ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Sat
28 °
Sun
27 °
Mon
30 °
Tue
31 °
Wed
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular