Google search engine
26.7 C
Guwahati
Saturday, July 24, 2021
Google search engine
Homeআঞ্চলিককৰ'নাৰ সংক্ৰমণ অব্যাহত: বিগত ২৪ ঘণ্টাত আক্ৰান্ত হয় ২,১৬৯ জন

কৰ’নাৰ সংক্ৰমণ অব্যাহত: বিগত ২৪ ঘণ্টাত আক্ৰান্ত হয় ২,১৬৯ জন

গুৱাহাটী : ৰাজ্যত কৰ’নাৰ ভয়ংকৰ সংক্ৰমণ অব্যাহত৷ গুৱাহাটীত পুনৰ উদ্বেগজনকভাৱে কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ কালিৰ দিনটোত গুৱাহাটীত আক্ৰান্ত ২৫৮ জন৷ ৰাজ্যত বিগত ২৪ ঘণ্টাত আক্ৰান্ত হয় ২,১৬৯ জন৷ অসমত মঙলবাৰৰ দিনটোত মৃত্যু হয় ২৩ জনৰ৷

কালিৰ দিনটোত আক্ৰান্তৰ হাৰ আছিল ১.৭৪ শতাংশ৷ কালিৰ দিনটোত ১,২৪,৩৮১জন লোকক ক’ভিড টেষ্ট কৰা হয়৷ বৰ্তমানেও ৰাজ্যত চিকিৎসাধীন হৈ আছে ২০,২৮৪জন৷ আনহাতে কালি আৰোগ্য লাভ কৰিছে ১,৪৫৬জনে৷ ৰাজ্যত আৰোগ্যৰ হাৰ ৯৫.৭শতাংশ৷

জিলা অনুযায়ী আক্ৰান্তৰ সংখ্যা এনেধৰণৰ গোলাঘাটত আক্ৰান্ত হয় ২৩২জন, লখিমপুৰত আক্ৰান্ত হয় ১৩৮ জন, শোণিতপুৰত ১১৬জন, নগাঁৱত ১১০ জন আক্ৰান্ত, কামৰূপ (গ্ৰা)ত কালি আক্ৰান্ত ১০১ জন লোক, ডিব্ৰুগড়ত ৯৪জন, শিৱসাগৰত ৮৪ জন লোক আক্ৰান্ত হয়৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
light rain
26.7 ° C
26.7 °
26.7 °
91 %
0.5kmh
100 %
Sat
27 °
Sun
33 °
Mon
33 °
Tue
33 °
Wed
29 °

Watch latest Movies & TV Series on Prag Play

Most Popular