spot_img
32 C
Guwahati
Friday, September 24, 2021
spot_img
Homeআঞ্চলিকৰাজ্যত অব্যাহত কৰ’নাৰ সংক্ৰমণ : পুনৰ ৭০৮ আক্ৰান্ত

ৰাজ্যত অব্যাহত কৰ’নাৰ সংক্ৰমণ : পুনৰ ৭০৮ আক্ৰান্ত

গুৱাহাটী : ৰাজ্যত অব্যাহত আছে কৰ’নাৰ সংক্ৰমণ৷ কালিৰ দিনটোত ৰাজ্যত আক্ৰান্ত হয় ৭০৮ জন লোক৷ শুকুৰবাৰৰ দিনটোত ৰাজ্যত ১,০০,০৭৯জনৰ ক’ভিড টেষ্ট কৰা হয়৷ তাৰ ভিতৰত গুৱাহাটী মহানগৰীত আক্ৰান্ত বুলি চিনাক্ত হয় ১৬৪ জন লোক৷ কালিৰ দিনটোত ৰাজ্যত মৃত্যু হয় ১৩ জন লোকৰ৷

আনহাতে কালিৰ দিনটোত আক্ৰান্তৰ হাৰ আছিল ০.৭১ শতাংশ৷ কালিৰ দিনটোত লখিমপুৰত আক্ৰান্ত হয় ৪২জন, গোলাঘাট আৰু নলবাৰীত আক্ৰান্ত হয় ৩৯জন৷ বৰ্তমান ৰাজ্যত চিকিৎসাধীন হৈ আছে ৬,৯১০জন৷ আনহাতে আৰোগ্য লাভ কৰিছে ৭৩৪জন লোকে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
32 ° C
34.4 °
32 °
66 %
2.1kmh
40 %
Fri
33 °
Sat
33 °
Sun
32 °
Mon
32 °
Tue
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular